চীনত ধর্মযাজকলৈ ৯ বছৰ কাৰাদণ্ডৰ ৰায়
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ধর্মীয় বিশ্বাসৰ বিৰুদ্ধে চীনৰ কট্টৰ কমিউনিষ্ট শাসকৰ কঠোৰ নীতিয়ে বিশ্বজুৰি ক্ষোভৰ সৃষ্টি কৰি অহাৰ সময়তে দেশখনে এগৰাকী ধর্মযাজকক কাৰাদণ্ড বিহিছে৷ দেশৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত দোষী…