নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

খেলো ইণ্ডিয়াঃ

খেলো ইণ্ডিয়াৰ অন্তিম দিনা অসমে জিনিলে কেইবাটাও পদক

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ খেলো ইণ্ডিয়াৰ অন্তিম দিনাও অসমৰ অগ্ৰগতি অব্যাহত। বক্সিঙকে ধৰি সাঁতোৰৰ বিভিন্ন শাখাত অসমে আঁজুৰিলে কেইবাটাও পদক। বক্সিঙত ২১ বছৰ অনুৰ্ধ্বৰ ৬৪ কেজি শাখাত সোণৰ পদক জিনিলে অংকুশিতা বড়োৱে। আনহাতে বক্সিঙৰ আন এক শাখাত…

খেলো ইণ্ডিয়াত মুঠ ৬০টা পদকৰে ৬ষ্ঠ স্থানত অসম

নিয়মীয়া বাৰ্তাঃ ২১ জানুৱাৰীঃ খেলো ইণ্ডিয়াত ক্ৰমাৎ অগ্ৰগতি অসমৰ। সৰ্বমুঠ ৬০টা পদকৰে ৬ষ্ঠ স্থানলৈ উন্নীত অসম। বৰ্তমানলৈ ১৫টা সোণ, ২৭টা ৰূপ আৰু ১৮টা ব্ৰঞ্জৰ পদকৰে অসমে নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে খেলো ইণ্ডিয়াত। পূৰ্বৰ দৰেই শীৰ্ষত মহাৰাষ্ট্ৰ,…

খেলো ইণ্ডিয়াত ১৩টা সোণৰে সপ্তম স্থানলৈ উন্নীত অসম

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ খেলো ইণ্ডিয়াৰ অসমৰ অগ্ৰগতি অব্যাহত। ১৩টা সোণ, ১৩টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদক জিনি দেশৰ ভিতৰতে দশম স্থানত আছে অসম। ৬০টা সোণৰ পদকৰে দেশৰ ভিতৰতে শীৰ্ষত মহাৰাষ্ট্ৰ, ৪৫টা সোণৰ পদকৰে ২য় স্থানত হাৰিয়ানা আৰু ৩০টা সোণৰ…

খেলো ইণ্ডিয়াঃ জুডোৰ ফাইনেলত অসমৰ দুই খেলুৱৈ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ জিমনাষ্ট উপাসা তালুকদাৰে খেলো ইণ্ডিয়াত দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পাছত এইবাৰ জুডোৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ দুই খেলুৱৈ।  মহিলা জুডোৰ ৫৭ কেজি শাখাৰ ফাইনেলত পূজা বসুমতাৰী আৰু ৬৩ কেজি শাখাৰ…