নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

গণৰাজ্য দিৱস

অত্যাধুনিক ৰাফেল-তেজাছ, বিধ্বংসী ক্ষেপনাস্ত্ৰ, টেংকাৰৰ প্ৰদৰ্শনেৰে মুখৰিত দিল্লীৰ ৰাজপথ…

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি সমগ্ৰ দেশে পালন কৰিছে ৭১ সংখ্যক গণৰাজ্য দিৱস । এই উপলক্ষে ৰাজধানী দিল্লীৰ ৰাজপথত পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় পেৰেড । আজিৰ এই পেৰেডত প্ৰথমবাৰৰ বাবে আপাচি হেলিকপ্টাৰ প্ৰদৰ্শন কৰা হয় । ইপিনে ভাৰতীয় বায়ুসেনাই আজি…

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত জিলিকি উঠিল অসমৰ প্রতীকপট

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস । ৰাজধানী দিল্লীৰ ৰাজপথত পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় পেৰেড । গণৰাজ্য দিৱসৰ এক অন্যতম কার্যসূচী হৈছে বিভিন্ন ৰাজ্যৰ বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতি প্রদর্শন ৷ দেশৰ আন আন ৰাজ্যসমূহৰ…

গণৰাজ্য দিৱসৰ প্রতীকপটঃ এইবাৰ অসমৰ আকৰ্ষণ কৰি হ’ব ?

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ অন্যান্য বছৰৰ দৰে এইবাৰো আগন্তুক গণৰাজ্য দিৱসত দেশৰ ৰাজধানী নতুন দিল্লীত আয়োজিত হ’বলগীয়া কেন্দ্রীয় অনুষ্ঠানত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমেও প্রতীকপট প্রদর্শনত অংশগ্রহণ কৰিব ৷ গণৰাজ্য দিৱসৰ এক অন্যতম কার্যসূচী…

ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত। গণৰাজ্য দিৱসলৈ মাজত মাথোঁ দুটা দিন আৰু এইবাৰ দেশে উদযাপন কৰিব ৭১সংখ্যক গণৰাজ্য দিৱস। ৰাজ্যৰ লগতে মহানগৰীতো কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যবস্থা। যিকোনো কূটাঘাত…

এইবাৰৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন হ’ব জানেনে ?

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ মুখ্য অতিথিৰ আসন শুৱনি কৰিব ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ মেছিয়াছ ব’লছ’নাৰোৱে৷ দেশৰ বৈদেশিক মন্ত্রালয়ে মঙলবাৰে বিবৃতিত প্রকাশ কৰা মতে অহা ২৪ জানুৱাৰীত ব্রাজিলৰ ৰাষ্ট্রপতিগৰাকী নতুন দিল্লীত…

‘কা’ ৰ বিৰোধ কৰাটোৱে কাল হ’ল নেকি ! গণৰাজ্য দিৱসত স্থান নাপালে পশ্চিমবংগই

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ নাগৰিকত্ব (সংশোধনী) আইন–২০১৯ বা ‘কা’ক কেন্দ্র কৰি কেন্দ্রীয় চৰকাৰ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ মাজত মতানৈক্য তুংগত উঠা সময়তে আগন্তুক গণৰাজ্য দিৱসৰ কুচকাৱাজত ৰাজ্যখনৰ প্রস্তাৱিত প্রতীক পট বাতিল কৰা…

গণৰাজ্য দিৱসৰ বাবে নিৰাপত্তাৰক্ষীৰ অতিৰিক্ত কোম্পানী মোতায়েন

নিউজডেস্ক, ১৯ ডিচেম্বৰঃ ২০২০ বৰ্ষৰ গণৰাজ্য দিৱস সমাৰোহৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় আৰম্ভ হৈছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিল্লীৰ এই সমাৰোহৰ বাবে কেন্দ্ৰীয় সশস্ত্র আৰক্ষী বাহিনীৰ অতিৰিক্ত ৪৮ টা কোম্পানীক মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।…