চাহ সেৱনৰ সুফল কি কি জানেনে?
১) চাহত এণ্ঢিক্সিডেণ্ট থাকে, যিয়ে আমাৰ নানা বেমাৰত বাধা দিয়ে ৷
(২) চাহত কম পৰিমাণে কেফাইন থাকে বাবে শৰীৰৰ কোনো ক্ষতি নকৰে ৷
(৩) চাহে হার্ট এটেক আৰু ষ্ট্র’ক বেমাৰৰ পৰা হাত সৰাত সহায় কৰে ৷
(৪) চাহে শৰীৰৰ হাড টান আৰু মজবুত কৰাত সহায় কৰে ৷…