গণ বিদ্রোহত আহতৰ খবৰ ল’লে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা গণ আন্দোলনত অংশগ্ৰহণ কৰি আহত হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল'লে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
শনিবাৰে দিনৰ ভাগত গুৱাহাটী চিকিৎসা…