অসমত ৩৫০০ কোটিৰ তৈল খননত অনুমোদন
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ অসমৰ অৰ্থনীতিলৈ সুখবৰ। নতুনকৈ ৰাজ্যৰ ১০০ স্থানত তেল আৰু গেছৰ সন্ধান উৎপাদন কৰিবলৈ 'তেল আৰু প্ৰাকৃতিক গেছ নিগম'ক (ONGC) পৰিৱেশ সংক্ৰান্তীয় প্ৰয়োজনীয় অনুমোদন প্ৰদান কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে। এখন 'গ্ৰীণ…