৭৫ বছৰীয়া প্ৰেমৰ সফল সমাপ্তিঃ স্বামীৰ সৈতে জীৱনৰ অন্তিমটো খোজ পত্নীৰ
নিউজ ডেস্ক ১৩ নৱেম্বৰঃ প্ৰেম, প্ৰেমৰ কথা কিনো ক'ম ! প্ৰেমৰ বাবেই পৃথিৱীখন আজিও যে সৃষ্টিশীল আৰু সুন্দৰ তাকেই প্ৰমাণ কৰি গ'ল শেহতীয়া এক ঘটনাই । সকলোৱে বিচাৰে নিজৰ আপোনজনৰ সৈতে জীৱনৰ অন্তিমটো দিনলৈকে হাঁহিৰে পাৰ কৰা । অৱশ্যে সকলোৰে বাবে ই হৈ…