দ্বিতীয় বিশ্বযুদ্ধক লৈ ৰাছিয়া–পোলেণ্ডৰ মতানৈক্য
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনাক লৈ ৰাছিয়া আৰু পোলেণ্ডৰ মাজত সৃষ্টি হৈছে মতানৈক্য৷ দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলাৰ বাবে সঘনে ৰুছ ৰাষ্ট্রপতি পুটিনে পোলেণ্ড জগৰীয়া আছিল বুলি মন্তব্য কৰি আহিছে৷ পুটিনৰ এন মন্তব্যৰ পিছতে…