দেশজুৰি আৰ্থিক মন্দাৱস্থা, হ্ৰাস বিদ্যুতৰ চাহিদা
নিউজডেস্ক, ১১ নৱেম্বৰঃ আৰ্থিক মন্দাৱস্থাৰ পাছত দেশত অভাৱনীয়ভাবে হ্ৰাস পাইছে বিদ্যুতৰ চাহিদা। চৰকাৰী তথ্য়মতে সুদীৰ্ঘ ১২ বছৰৰ ভিতৰত অক্টোবৰ মাহত সবাতোতকৈ নিম্নগামী হৈছে বিদ্য়ুতৰ চাহিদা। দেশজুৰি অক্টোবৰ মাহত হ্ৰাস পাইছে ১৩.২ শতাংশ বিদ্যুতৰ…