নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

ভোগালী বিহু

অসমীয়াৰ পদূলিত হেঁপাহৰ ভোগালী

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ পথাৰৰ সোণগুটিৰে উপচি পৰিছে গঞাৰ ভঁৰাল । পুহমহীয়া শীতৰ সেমেকা সুবাসত তালে তালে অসমীয়াৰ পদূলি পালেহি বাপতিসাহোন ভোগালী বিহু । হেঁপাহৰ ভোগালীলৈ মাজত মাথো দুদিন । নাগৰিকত্ব সংশোধনী আইন (কা) বলৱৎ হোৱাৰ পাছতে ৰাজপথত…

ভোগালীলৈ মাজত মাথোঁ কেইটামান দিন

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ  অসমৰ কৃষিভিত্তিক উৎসৱ ভোগালী বিহুলৈ মাজত মাথো ৪–৫ দিন বাকী৷ নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি সমগ্র ৰাজ্যতে প্রতিবাদৰ বিস্ফোৰণ ঘটাৰ সমান্তৰালকৈ আঘোণৰ সোণোৱালী পথাৰৰ সোণগুটি কৃষকে ঘৰলৈ অনাৰ পাছতে উদং হৈ পৰা…

তিতাবৰত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ অসমীয়া জাতিৰ হেঁপাহৰ ভোগালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী । তিতাবৰৰ শিলিখাবাৰী গ্ৰাণ্ট গাঁৱতো ভোগালীক উলহমালহৰে উদযাপনৰ বাবে গাঁওবাসীয়ে পূৰ্ণদ্যমে প্ৰস্তুতি চলাইছে । গাঁওখনত এতিয়া স্থানীয় প্ৰায় সাতখন…