মহাৰাষ্ট্ৰৰ নিমিলা অংক
নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনা অৰ্থাৎ ২৪ অক্টোবৰত হাৰিয়ানাত বিজেপিয়ে নে কংগ্ৰেছে চৰকাৰ গঠন কৰিব তাক লৈ সংশয়ৰ সৃষ্টি হৈছিল। মহাৰাষ্ট্ৰক লৈ কোনেও মূৰ ঘমোৱা নাছিল। প্ৰদেশখনত বিজেপি-শিৱসেনা মিত্ৰজোঁটে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় যাদুকৰী…