কাইলৈ নহয় নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ফাঁচি
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ কাইলৈ ফাঁচি নহয় নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ। শনিবাৰে ধাৰ্য কৰা হৈছিল নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচিৰ দিন। কিন্তু দিল্লী পাটিৱালা হাউচ ক'ৰ্টে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ ফাঁচি দিয়া নহয়। দোষী বিনয় শৰ্মাই দাখিল কৰা…