নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

হাতী-মানুহৰ সংঘাত

নগাঁৱৰ বঢ়মপুৰত হাতীৰ আক্ৰমণত এজন নিহত

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ৰাজ্যত ধাৰাবাহিক ভাৱে অব্যাহত আছে হাতী-মানুহৰ সংঘাত। নগাঁৱৰ বঢ়মপুৰত বন্যহস্তীয়ে আচাৰি মাৰিলে অমল গগৈ নামৰ এজন লোকক। অঞ্চলটোতত দীৰ্ঘদিনে চলি অহা হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক কিছু সকাহ দিবলৈ বনবিভাগে খেদি আনিছিল প্ৰায়…

নুমলীগড়ত হাতী-মানুহৰ সংঘাতৰ শিহৰণকাৰী দৃশ্য

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ নুমলীগড়ত হাতী মানুহৰ সংঘাত এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে । বনাঞ্চল সংকূচিত হোৱাৰ বাবেই খাদ্যৰ সন্ধানত এতিয়া জনাঞ্চলত বিচৰণ কৰিছে জাক জাক হাতীয়ে । ইপিনে দিনত চাহবাগিচাত বিচৰণ কৰি থকা হাতীৰ জাকটোৱে…

সমুখ সমৰত হাতী আৰু মানুহ

নুমলীগড়ঃ সমুখ সমৰত হাতী আৰু মানুহ। নুমলীগড়ৰ মৰঙী মৌজাত অব্য়াহত হাতী-মানুহৰ সংঘাত। এটা বৃহৎ বন্যহস্তীৰ জাকে অৱস্থান কৰিছে মৰঙী চাহ বাগিচাৰ মাজত। দীৰ্ঘদিন ধৰি অঞ্চলটোত হাতীৰ জাকে চলাই আহিছে উপদ্ৰৱ। হাতীৰ উপদ্ৰৱত অতিষ্ঠ নুমলীগড়ৰ মৰঙীবাসী।…