নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

AGP

আঠ হাজাৰ গাড়ীৰে বহু দল–সংগঠনে প্রধানমন্ত্রীৰ সভালৈ মানুহ আনিবঃ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বড়ো চুক্তিৰ পাছত আজি কোকৰাঝাৰ চহৰৰ সমীপত থকা বিশাল জাংখ্ৰিথাই পথাৰত অনুষ্ঠিত হ'ব লগা জনসভাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰোন্দ্ৰ মোদী । আজি প্রধানমন্ত্রীৰ সভালৈ বহু দল–সংগঠনে আঠ হাজাৰ গাড়ীৰে মানুহ আনিব৷…

আজি বিধানসভাৰ বিশেষ অধিৱেশন, ৰাজ্যপালৰ ভাষণৰ মাজতে বিৰোধীয়ে উত্তাল কৰিলে সদন…

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ আজি অসম বিধানসভাৰ বিশেষ অধিৱেশন৷ পুৱা ৯.৩০ বজাত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ল এদিনীয়া অধিৱেশনখন । বিধানসভাৰ কার্যক্রমণিকা অনুসৰি এই বিশেষ অধিৱেশনত ‘কা’ সম্পর্কত আলোচনাৰ কোনো সুযোগ নাই ৷ ইতিমধ্যে ৰাজ্যপালৰ ভাষণৰ…

ৰাজ্যৰ আঞ্চলিকতাবাদী শক্তি শক্তিশালী হোৱাটো নিবিচাৰে এটা মহলে

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ বঙাইগাঁৱৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত দেওবাৰে অগপৰ সতীর্থ সন্মিলন অনুষ্ঠিত হয়৷ পাঁচ সহস্রাধিক লোক উপস্থিত থকা এই সভাত দলৰ তিনি মন্ত্রী উপস্থিত থাকিলেও ‘কা’ সম্পর্কে এটা শব্দও উচ্চাৰণ কৰা দেখা নগ’ল৷ ‘কা’বিৰোধী…

আৰু এখন নাটক ! এইবাৰ ৰাজ্যপালক সাক্ষাৎ অগপৰ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে থিয় হৈ ৰাজ্যবাসীৰ ৰোষৰ সন্মুখীন হোৱা অগপই নাক বচাবলৈ এতিয়া আৰম্ভ কৰিছে ইখনৰ পিছত সিখন নাটক । ৰাজ্যসভাত আইনখনৰ সপক্ষে দলৰ একমাত্ৰ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যই ভোটদান কৰাৰ পিছত হঠাৎ…

“নেতৃত্বৰ বিৰুদ্ধে ক’বলগীয়া থাকিলে দলীয় মঞ্চত কওক”- ফণীভূষণ

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ "কেব সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটল আছে অগপ । সংসদত কেব উত্থাপনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰে আলোচনাত মিলিত হ'ব । দলীয় নেতৃত্বৰ বিৰুদ্ধে মহন্তই ৰাজহুৱা ভাৱে মন্তব্য কৰাৰ পৰিৱৰ্তে এই বিষয়সমূহ…

“কেব সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটুট আছে অগপ”- কেশৱ মহন্ত

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ "কেব প্ৰসংগক লৈ বিজেপিৰ সৈতে অগপ দলে মিত্ৰতা ভংগ কাৰৰ পাছত পুনৰ মিত্ৰতাত আবদ্ধ হোৱাৰ সময়তে কেব উত্থাপন কৰাৰ সময়ত অগপৰ সৈতে আলোচনাৰ প্ৰতিশ্ৰুতি দিছিল । গতিকে বিজেপিয়ে এতিয়াও বিধেয়কখথন সন্দৰ্ভত অগপৰ সৈতে আলোচনা কৰা…