নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

assam

নাজিৰাত মুনিন বৰুৱাৰ জীৱন আধাৰিত ছবি “ভাইমন দা” ৰ প্ৰচাৰাভিযান

আহি আছে মুনিন বৰুৱাৰ জীৱন আধাৰিত ছবি "ভাইমন দা" নিয়মীয়া বাৰ্তা, ১৭ মে' : অসমীয়া বোলছবিৰ জোনাকী যাত্ৰাই ৰূপালী পৰ্দাৰ সোণালী বাটেৰে আহি এতিয়া ৯০ বছৰ পাৰ কৰিলে। এই সময়তে জিল ক্ৰিয়েচনছৰ তৰফৰ পৰা এখন নতুন অসমীয়া বোলছবি "ভাইমন দা"।…

প্ৰধান শিক্ষক অবিহনে চলিছে নলবাৰীৰ বহু বিদ্যালয়

নিয়মীয়া বাৰ্তা, ১৭ মে' : শিক্ষা বিভাগত শেহতীয়া ভাৱে পুনৰ এক সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে। চৰকাৰে শিক্ষা ব্যৱস্থা উন্নত  কৰাৰ লক্ষৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি অহাৰ লগতে শিক্ষাৰ্থীক উৎসাহী- বিদ্যাগ্ৰহী কৰাৰ দিশত বিনামূলীয়া স্কুটী প্ৰদান,…

মঙলদৈ কাৰাগাৰৰ আলহী হ’ল বিতৰ্কিত লেখক ইছমাইল হোছেইন

নিয়মীয়া বাৰ্তা, ১৬ মে' : মঙলদৈৰ এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য লিখাৰ অপৰাধত মঙলদৈ কাৰাগাৰৰ আলহী হ'ল বিতৰ্কিত লিখক ইছমাইল হোছেইন৷  মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে…

নতুন দিল্লী এপল’ চিকিৎসালয়ত চিকিৎসাধীন মন্ত্ৰীপত্নী অলি মহন

বিশেষ বাৰ্তা, ১৬ মেঃ মন্ত্ৰী যোগেন মহনৰ সহধৰ্মিনী তথা সমাজসেৱিকা অলি মহন যোৱা কিছুদিন ধৰি উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ মাজতে কালি স্বাস্থ্য অধিক অৱনতি ঘটাত নিশাই এয়াৰ এম্বুলেন্সৰ…

বজালী জিলা প্ৰশাসনৰ স্পৰ্শ (দ্য টাটছ) ২.০ৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১৬ মেঃ বাজলী জিলা প্ৰশাসনে যোৱা বৰ্ষৰ নৱেম্বৰ মাহত ৯০ বছৰৰ উদ্ধৰ নাগৰিকসকলৰ বাবে আৰম্ভ কৰা স্পৰ্শ (দ্য টাটছ) শীৰ্ষক বিশেষ আঁচনিৰ দ্বিতীয়টো সংস্কৰণ আজি আৰম্ভ কৰা হয়৷ আজি বজালী জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা…

লখিমপুৰত বান দুৰ্যোগৰ পুনৰাবৃত্তি, নীপকোৱে মোকলালে পানী

বিশেষ বাৰ্তা, ১৬ মে' : প্ৰতিবছৰে বাৰিষাৰ ছমাহ বানে গৰকি যায় লখিমপুৰ জিলাক। দোপালপিটা বৰষুণৰ ফলত জিলা খনৰ নৈ উপ নৈ সমুহৰ পানী ওফন্দি বানৰ সংকট সৃষ্টি কৰাৰ সময়তে নীপকোৱে মোকোলাই দিয়ে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী। যাৰ বাবে ৰঙা নৈয়ে …

বান-খহনীয়া সমস্যা সমাধানৰ বাবে মন্ত্ৰী পীযুষৰ তৎপৰতা

বান-খহনীয়া সমস্যা সমাধানৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ তৎপৰতা নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে' : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি হোজাই জিলাক বানমুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি…

ধলপুৰত বান… চেঁচা নৈৰ বান-ত বিচ্ছিন্ন হাৱাজান-শিমলুগুৰি পথ

ধলপুৰত বান... চেঁচা নৈৰ বান-ত বিচ্ছিন্ন হাৱাজান-শিমলুগুৰি পথ নিয়মীয়া বাৰ্তা, ১৫ মে' : বিগত দুদিন ধৰি নিশাৰ ভাগত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত পাহাৰীয়া খৰস্ৰোতা চেঁচা নদীৰ জলপৃষ্ঠ ফেনেফুটুকাৰে ওফন্দি উঠি লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ বহুকেইখন গাওঁ…

পশ্চিমবংগৰ গোপালপুৰ-ধুবুৰী সীমান্ত পৰিদৰ্শন বিএছএফৰ ইষ্টাৰ্ন কমাণ্ডৰ এডিজিৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ মে' : বিএছএফৰ ইষ্টাৰ্ন কমাণ্ডৰ ক'লকাতাৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এডিজি) আইপিএছ মহেশ কুমাৰ আগৰৱালৰ তিনি দিনীয়া ভ্ৰমণসূচীৰ আজি প্ৰথম দিনা কোচবিহাৰ জিলা আৰু অসমৰ ধুবুৰীৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ…

পাকিস্তান-ৰ সমৰ্থকৰ ভোট আমাক নালাগে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ পাকিস্তান-ৰ সমৰ্থকৰ ভোট আমাক নালাগে। কংগ্ৰেছ দলে টিকটৰ লগত এখন এখন দুৰ্নীতিৰ লাইচেন্স দি দিছে। কংগ্ৰেছ দলক আপোনালোকে ভোট নিদিব। কংগ্ৰেছ দলক ভোট দি লাভ নাই। আমি ৰাষ্ট্ৰবাদী মানুহ সকলোৰে ভোট বিচাৰিম।…