বজালী জিলা প্ৰশাসনৰ স্পৰ্শ (দ্য টাটছ) ২.০ৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ১৬ মেঃ বাজলী জিলা প্ৰশাসনে যোৱা বৰ্ষৰ নৱেম্বৰ মাহত ৯০ বছৰৰ উদ্ধৰ নাগৰিকসকলৰ বাবে আৰম্ভ কৰা স্পৰ্শ (দ্য টাটছ) শীৰ্ষক বিশেষ আঁচনিৰ দ্বিতীয়টো সংস্কৰণ আজি আৰম্ভ কৰা হয়৷ আজি বজালী জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা…