নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

ASSAM POLICE

আজি MMCH ৰ পৰা যাবলৈ দিয়া হ’ল এগৰাকী ক’ৰোনা ৰোগী

নিয়মীয়া বাৰ্তা, ১৩ মে’: আজি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ'ল এগৰাকী ক'ৰোনাত আক্ৰান্ত ৰোগীক । মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা কোভিড-১৯ ৰোগী এগৰাকীয়ে আজি নিজ গৃহলৈ যাবলৈ অনুমতি লাভ কৰে ৷ ইয়াৰ ফলত  ক'ৰোনাৰ পৰা সুস্থ হোৱা ব্যক্তিৰ…

নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল যাত্ৰা আৰম্ভ; যাত্ৰীসকলৰ অধিকাংশই শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১২ মে’: লকডাউনৰ পিছত আজিৰে পৰা দেশত আৰম্ভ হ’ল ৰে’ল যাত্ৰা। আজি বিয়লি ৪ বাজি ৪৫ মিনিটত নতুন দিল্লীৰ পৰা ডিব্ৰগড়লৈ যাত্ৰা আৰম্ভ কৰিলে প্ৰথমখন বিশেষ ৰে’লে।   এই প্ৰথমখন ৰে’লযোগে দিল্লীৰ পৰা অসমলৈ উভতিছে ১১২২ জন লোক। যাৰ…

উদ্যমী জানমণিৰ কাষত অসম আৰক্ষীঃ উদ্যমিতাৰ শলাগ লৈ আগবঢ়ালে মটৰ চাইকেল

নিয়মীয়া বাৰ্তা, ১১ মে’ : দীৰ্ঘসময় ধৰি পৰিয়ালৰ ভাতমুঠিৰ তাগিদাত ডিব্ৰুগড়ৰ জানমণি গগৈয়ে চাইকেল লৈ শাক–পাচলি বিক্রী কৰাৰ এক আলোকচিত্র তথা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছিল ৷ হোৱাটছএপ তথা বিভিন্ন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা…

বিভিন্ন ঔদ্যোগিক সংস্থা আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী…

নিয়মীয়া বাৰ্তা, ১১ মেঃ ক'ভিড-১৯ পৰিস্থিতি আৰু লকডাউনৰ ফলত উদ্যোগকে ধৰি বিভিন্ন খণ্ড প্ৰভাৱান্বিত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি বিভিন্ন ঔদ্যোগিক সংস্থা আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

আগন্তুক ৪৫ দিনত বহিঃৰাজ্যৰ পৰা অসমলৈ আহিব প্ৰায় ১০ হাজাৰ লোকঃ স্বাস্থ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১১ মেঃ আগন্তুক ৪৫ দিনৰ ভিতৰত প্ৰতিখন ৰাজ্যলৈ বহিঃৰাজ্যৰ পৰা আহিব প্ৰায় ১০ হাজাৰ লোক । এই লোক সকলক ৰখা হ'ব নিজ নিজ সমষ্টিত । মহাবিদ্যালয়, ক্লাৱ বা আন স্থানত নিজ সমষ্টিৰ বিধায়কে ৰাখিব এই লোকসকলক । এই ক্ষেত্ৰত সহায় লোৱা হ'ব…

বাইহাটা আৰক্ষীৰ সাফল্যঃ ২৪ ঘন্টাৰ ভিতৰত বাইক চোৰ আটক, জেললৈ প্ৰেৰণ

নিয়মীয়া বার্তা, ১১ মেঃ  কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰত দুজন বাইক চোৰক নিজ গৃহৰ পৰা  আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা কাৰ্যত অঞ্চলটোৰ সচেতন মহলে আদৰণি জনাইছে । উল্লেখ্য যে লক ডাউন চলি থকা সময়ত দেওবাৰে বাইহাটা চাৰিআলিৰ…

ভয়ানক দুর্যোগৰ দিশে ৰাজ্যঃ ক’ৰোনাত যুৱতীৰ মৃত্যু, চিকিৎসকো আক্রান্ত

নিয়মীয়া বাৰ্তা, ৮ মে’ :  আশংকা কৰাৰ দৰেই ভয়ংকৰ দুর্যোগৰ দিশে গতি কৰিছে অসম৷ মাত্র ২৪ ঘণ্টাৰ ব্যৱধানত ৰাজ্যৰ ৯ জন লোকৰ দেহত ধৰা পৰিছে ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ উপস্থিতি ৷ বৃহস্পিতবাৰে দিনটোতে গুৱাহাটী আৰু কাছাৰত ৮ জন ব্যক্তিৰ দেহলৈ…

গোলাঘাটত চিকিৎসালয়ৰ কোৱাৰেণ্টাইনৰ পৰা পলায়ন এজনৰ

নিয়মীয়া বাৰ্তা, ৬ মে’ : গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইনত থকা এজন লোকে বুধবাৰে পলায়ন কৰে। পলায়ন কৰা লোকজন পশ্চিম বংগৰ মুকুল মিত্ৰ বুলি জানিব পৰা গৈছে । ক'ৰোনাৰ সন্দেহত বোকাখাটৰ পৰা ১ মে'ত গোলাঘাট ছহিদ কুশল কোঁৱৰ…

নাওবৈছাৰ পানধোৱাত আৰক্ষী আক্রমণৰ ঘটনা সংক্ৰান্তত ৯ জনক জেললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ৩ মে’ :  লখিমপুৰ জিলাৰ নাওবৈছাৰ পানধোৱাত ৩০ এপ্রিলৰ নিশা কর্তব্যৰত আৰক্ষীৰ ওপৰত হোৱা আক্রমণৰ ঘটনা সংক্ৰান্তত দেওবাৰে লখিমপুৰ আৰক্ষীয়ে ৯ জনক জেললৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে এই ঘটনা সংক্ৰান্তত শনিবাৰে লখিমপুৰ  আৰক্ষীয়ে…

লখিমপুৰৰ নাওবৈচাত আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা ২০ দুৰ্বৃত্তক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২ মেঃ ৩০ এপ্ৰিলৰ সন্ধিয়া লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ পানধোৱা কুৱেইট মছজিদত আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা ২০ দুৰ্বৃত্তক আজি লখিমপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । আজি লখিমপুৰৰ জিলাৰ এক বৃহৎ আৰক্ষীৰ দলে…