বালিপৰাত মৰ্মিতা মিত্ৰৰ সংগীতৰ মায়াজালত মুগ্ধ বালিপৰীয়া লোক
নিয়মীয়া বাৰ্তা, ১৬ মে' : শোণিতপুৰৰ বালিপৰাত যোৱানিশা বৃহত্তৰ বালিপৰা যুৱ মঞ্চ, পেপচি ক্লাব আৰু বয়জ ক্লাবৰ সমূহীয়া উদ্যোগত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ৰংগমঞ্চত অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান।
পোনপ্ৰথমবাৰৰ বাবে…