এতিয়াৰে পৰা টকা উলিয়াবলৈ ATMত PIN ৰ লগতে আপুনি দিব লাগিব OTP…
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ হেকিং ৰোধৰ বাবে SBIৰ নতুন পদক্ষেপ। এতিয়াৰে পৰা টকা উলিয়াবলৈ ATMত PIN ৰ লগতে আপুনি দিব লাগিব OTP। ১০ হাজাৰ টকাৰ অধিক উলিয়াবলৈ হ'লে আপোনাৰ বেংক একাউণ্টৰ লগত সংলগ্ন মোবাইল ফোন নম্বৰত আহিব OTP আৰু ATM মেছিনে বিচৰা…