আজি ৰাজ্যসভাত উঠিব কেব ! গৃহীতৰ বাবে প্ৰয়োজন ১২০ টা ভোটৰ
নিউজডেস্ক, ১১ ডিচেম্বৰঃ সোমবাৰে মাজনিশা লোকসভাত গৃহীত হৈ যোৱা নাগৰিকত্ব সংশোধনী বিধেয়কখন আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব ।
মন কৰিবলগীয়া যে বিজেপিয়ে সোমবাৰৰ পৰা বুধবাৰলৈকে দলৰ সকলো সাংসদক সংসদৰ উভয় সদনত উপস্থিত থকাৰ বাবে তিনি তৰপীয়া হুইপ…