মেঘালয়ত ইনাৰলাইন পার্মিটঃ বিধানসভাত সর্বসন্মত প্রস্তাৱ গৃহীত
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচন–১৮৭৩ অনুসৰি মেঘালয়ত ইনাৰলাইন পার্মিট ৰূপায়ণ কৰিবৰ বাবে বৃহস্পতিবাৰে ৰাজ্যখনৰ বিধানসভাত সর্বসন্মত প্রস্তাৱ গৃহীত কৰা হয় ৷ মুখমন্ত্রী কনৰাড কে চাংমাই উত্থাপন কৰা এই প্রস্তাৱ দলৰ…