নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

বিনামূলীয়া হ’বনে ক’ভিড ভেকচিন ? এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীয়ে ক’লে গুৰুত্বপূৰ্ণ…

নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ দেশজুৰি কাইলৈ আৰম্ভ হ'বলগীয়া ক'ভিড ছিটাকৰণ প্ৰক্ৰিয়ালৈ সাজু হৈছে দেশবাসী। দেশৰ লগতে অসমতো আৰম্ভ হ'ব ক'ভিড ছিটাকৰণ। কিন্তু সকলোৰে মাজত স্বাভাৱিকতে উঠিছে এটা প্ৰশ্ন- ক'ভিড ছিটা বিনামূলীয়া হ'বনে? এই সম্পৰ্কে আজি…

আজি সামৰণি পৰিব ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাঃ উপস্থিত থাকিব ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ  অভিলেখসংখ্যক গ্রন্থ বিক্রীৰে আজি সামৰণি পৰিব অসম প্রকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈ থকা গুৱাহাটী গ্রন্থমেলাৰ৷ আজি  ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ সামৰণী অনুষ্ঠানত সভাপতিত্ব কৰিব ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য,…

আছুৱে আমাক ক’লা পতাকা দেখুৱালে আমাৰ যুৱ মর্চায়ো তেওঁলোকক ক’লা পতাকা দেখুৱাব

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ‘আছুৰ ৰাজনীতিকৰণ মই ভাবোঁ অসমৰ জাতীয় জীৱনৰ কাৰণে এটা ডাঙৰ অন্যায় হ’ল৷’ –এই মন্তব্য নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ শনিবাৰে গুৱাহাটীত সংবাদ…

জানুৱাৰীত ১৬ হাজাৰ শিক্ষকৰ পদ প্রাদেশিকীকৰণঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ৰাজ্যখনত উচ্চ শিক্ষাৰ প্রসাৰৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰখনে যথেষ্ট পদক্ষেপ গ্রহণ কৰিছে৷ এই পদক্ষেপৰ অংশ হিচাপে নতুনকৈ এই শিক্ষাবর্ষৰ পৰা কাজিৰঙা, কাকপথাৰ, ডুমডুমা, কাটলিচেৰা, কার্বি আংলঙৰ ডেইথৰ আৰু বৰখোলাত ৬খনকৈ…

১ জানুৱাৰীৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ’ব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ আজি জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ১ জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান নিয়মীয়াকৈ আৰম্ভ হ’ব। এই সম্পৰ্কে সম্পূৰ্ণ গাইডলাইন শিক্ষা বিভাগৰ দ্বাৰা শীঘ্ৰে…

হাইমাদ্ৰাছাসমূহ ৰূপান্তৰিত হ’ব হাইস্কুললৈঃ ২০২২ চনৰ পৰা অনুষ্ঠিত নহয় হাইমাদ্ৰাছা পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ "ইতিমধ্যে ৰাজ্যিক কেবিনেটে মাদ্ৰাছাসমূহক সাধাৰণ স্কুললৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান ৰাজ্যত ১৮৯ খন হাইমাদ্ৰাছা আছে। ছেবাৰ দ্বাৰা এই সকলো হাইমাদ্ৰাছাৰে শৈক্ষিক পৰিচালনা কৰা হয়। প্ৰথম সিদ্ধান্ত…

বি পি এফৰ চিনচাব নোহোৱা হৈ গৈছে বিটিচিতঃ অন্তিম নিৰ্বাচনী প্ৰচাৰত ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ 'ফকিৰাগ্ৰামত বিজেপিৰ সপক্ষে প্ৰচণ্ড ঢৌ বৈছে। আমি বিটিচিত বিজেপিয়ে অকলে চৰকাৰ কৰিম।' আজি ফকিৰাগ্ৰাম সমষ্টিত বিটিচিৰ দ্বিতীয় পৰ্য়ায়ৰ অন্তিম প্ৰচাৰত ব্যস্ত থকা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে।…

আজি BTC নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনঃ কোকৰাঝাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰেলী

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ আজি বিটিচিৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। অন্তিম দিনা কোকৰাঝাৰৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সৈতে কেইবা ঠাইতো নিৰ্বাচনী প্ৰচাৰত  অংশ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে কোকৰাঝাৰৰ পুটিয়াবাৰীত বিশাল…

‘পদুমৰ পাহি পাহি, বিজেপিক ভোট দিম হাঁহি হাঁহি’ – ড০ শর্মাৰ নতুন শ্লোগান

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ বিটিচি পৰিষদীয় নির্বাচনত বিজেপিক ভোট দিলে বিটিচিত ইমান বছৰে চলি থকা অন্যায়, অবিচাৰ সম্পূর্ণৰূপে নির্মূল হ’ব৷ হাগ্রামা মহিলাৰীক ভোট দিয়া মানে দুর্নীতিৰ বজাৰখন চলি থাকিব৷ ইমানদিনে বিটিচিবাসী ৰাইজে দুখত থাকিল৷ অহা…

বিটিচিত বিজেপি চৰকাৰ গঠন হ’লে জিলাৰ মৰ্যাদা পাব তামুলপুৰে; স্থাপন হ’ব মেডিকেল কলেজ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ আজি বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰিব। সোমবাৰে অনুষ্ঠিত হ'ব বিটিচিৰ ২১ টা সমষ্টিৰ নিৰ্বাচন। সেই উপলক্ষ্যে আজি বাক্সা-ওদালগুৰিক ৩ খনকৈ নিৰ্বাচনী সভাত অংশ লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব…