নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

ৰাজ্যত নতুনকৈ শনিবাৰে ১০৫৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট: যোৱা ২৪ ঘন্টাত ২০৮০৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ শনিবাৰে ১০৫৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ আক্ৰান্তৰ হাৰ মাত্ৰ ৫.০৮ শতাংশ ৷ আজি আক্ৰান্ত হোৱা বুলি চিনাক্তসকলৰ…

‘মুখ্যমন্ত্ৰী হ’বলৈ চন্দ্ৰত জন্মগ্ৰহণ কৰিব নালাগে’

নিয়মীয়া বাৰ্তা, ১৫ আগষ্টঃ মুখ্যমন্ত্ৰী হ'বলৈ চন্দ্ৰত জন্মগ্ৰহণ কৰিব নালাগে। মৰিগাঁৱত এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা প্ৰতিজন অসমীয়াৰে আছে। মুখ্যমন্ত্ৰী কোন হ'ব সেয়া ৰাইজ আৰু ভগৱানে নিৰ্ণয় কৰিব অসমৰ…

ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৫ খন মেডিকেল কলেজঃ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৫ আগষ্টঃ "ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস কেৱল ভাৰতবাসীৰেই নহয়, বিশ্বৰ মানৱ সমাজৰ ইতিহাসৰো এক গৌৰৱোজ্জ্বল অধ্যায় ৷ স্বাধীনতা দিৱসৰ আজিৰ এই পৰম পৱিত্ৰ দিনটোত মৰিগাঁৱত পতাকা উত্তোলন কৰিবলৈ পাই কৃতাৰ্থবোধ কৰিছো ৷"-…

শেষৰগৰাকী ক’ভিড আক্রান্ত ব্যক্তিয়ে ভেকচিন নোপোৱালৈ জিৰণি নাই আমাৰঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ সমগ্র বিশ্বক জটিল পৰিস্থিতিলৈ ঠেলি দি ক’ৰোনাই সৃষ্টি কৰা আতংকময় পৰিৱেশৰ মাজতে এগৰাকী আগশাৰীৰ যোদ্ধা হিচাপে স্বাস্থ্যকর্মীসকলে আগবঢ়োৱা অৱদান প্রশংসনীয়ই নহয়, ই এক আদর্শস্বৰূপ৷ –এই মন্তব্য স্বাস্থ্যমন্ত্রী ড০ হিমন্ত…

জটিলতাৰ মাজতো ক’ৰোনা যুঁজত সফলতা; দেশৰ ভিতৰতে অসমত মৃত্যুৰ হাৰ সর্বনিম্ন

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে চলাই থকা যুঁজখন দীঘলীয়া হোৱাটো নিশ্চিত হৈ পৰিছে৷ আক্রান্তৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত স্বাভাৱিকতে পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে৷…

অসমত ক’ভিড–১৯ৰ গণ সংক্রমণ নহয়, স্থানীয় সংক্রমণহে হৈছে: ড০ শর্মা

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  উদ্বেগজনকভাৱে তেজপুৰকে ধৰি সমগ্র শোণিতপুৰ জিলাখনত বৃদ্ধি হৈছে ক’ভিড–১৯ৰ স্থানীয় সংক্রমণ৷ শোণিতপুৰ জিলাত এতিয়া অসমৰ ভিতৰতে সংক্রমণৰ হাৰ সর্বাধিক৷ এই হাৰ দিনক দিনে বৃদ্ধি পাই এতিয়া ১৪ শতাংশ হৈছেগৈ বুলি  তেজপুৰত…

বিশিষ্ট লেখক ড০ আনন্দ বৰমুদৈ নৃত্যশিল্পী সোণালী আচার্য পজিটিভ

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  মহামাৰী ক’ৰোনাত হাৰ মানি পুনৰ ৪গৰাকী লোকে প্রাণ হেৰুৱালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে এই কথা প্রকাশ কৰিছে৷ তেওঁলোক হৈছে– কৰিমগঞ্জৰ মৃদুলা ঘোষ (৫৪), কামৰূপ মেট্র’ৰ তিলক চন্দ্র দাস (৫০),…

আনলক–৩: কি খোলা থাকিব, খোলা নাথাকিব

পূর্বে জাৰি কৰা নির্দেশনাৰ অধীনত সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৭ বজা আৰু বিয়লি ৫ বজাৰ ভিতৰত পথৰ একাষে দোকান আদি খোলাৰ অনুমতি৷ কামৰূপ মহানগৰ জিলাত পথৰ একাষে অন্য দোকানসমূহৰ দৰে সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব মল আৰু জীমসমূহ৷ অৱশ্যে…

আনলক–৩: কার্যালয়ত উপস্থিত থাকিব লাগিব ১০০ শতাংশ কর্মচাৰী

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: সমগ্র দেশত আৰম্ভ হৈছে আনলক–৩৷ অসমতো ক’ৰোনাজনিত পৰিস্থিতি ক্রমাৎ ভাললৈ অহাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে বাহাল থকা বাধা নিষেধৰ ক্ষেত্রতো নতুনকৈ কিছু শিথিলতা আনিছে৷ এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব…

চাহ বাগিচাত স্থাপন হ’ব ১১৯খন হাইস্কুল

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: দেশৰ স্বাধীনতাৰ পিছত প্রথমবাৰৰ বাবে অসম চৰকাৰে ৰাজ্যৰ চাহ বাগিচা অঞ্চলত হাইস্কুল স্থাপনৰ বাবে অগ্রসৰ হৈছে৷ বিগত সময়ছোৱাত ৰাজ্যৰ চাহ বাগিচাসমূহত প্রাথমিক শিক্ষানুষ্ঠানসমূহেই শিক্ষা গ্রহণৰ সর্বোচ্চ শিক্ষা প্রতিষ্ঠান…