ৰাজ্যত পুনৰ ৩৩ গৰাকী লোক ক’ৰোনা পজিটিভ
নিয়মীয়া বাৰ্তা, ৯ জুনঃ ৰাজ্যত নতুনকৈ ৩৩ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ১৭ তিনিচুকীয়াৰ, ৪ গৰাকী যোৰহাটৰ, ৩ গৰাকী বৰপেটাৰ, ২ গৰাকী চিৰাঙৰ, ২ গৰাকী কাৰ্বি-আংলঙৰ, ২ গৰাকী নগাঁৱৰ, ১ গৰাকী বাক্সা, ১ গৰাকী…