আগন্তুক ৪৫ দিনত বহিঃৰাজ্যৰ পৰা অসমলৈ আহিব প্ৰায় ১০ হাজাৰ লোকঃ স্বাস্থ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ১১ মেঃ আগন্তুক ৪৫ দিনৰ ভিতৰত প্ৰতিখন ৰাজ্যলৈ বহিঃৰাজ্যৰ পৰা আহিব প্ৰায় ১০ হাজাৰ লোক । এই লোক সকলক ৰখা হ'ব নিজ নিজ সমষ্টিত । মহাবিদ্যালয়, ক্লাৱ বা আন স্থানত নিজ সমষ্টিৰ বিধায়কে ৰাখিব এই লোকসকলক । এই ক্ষেত্ৰত সহায় লোৱা হ'ব…