বিশ্বনাথত সাজু ৩০০ কোৱাৰেণ্টাইন কেন্দ্র
নিয়মীয়া বাৰ্তা, ২ মেঃ লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ আৰু কোম্পানী বন্ধৰ ফলত ঘৰলৈ উভতিব বিচৰা ব্যক্তিৰ সংখ্যা কেৱল বিশ্বনাথ জিলাত প্রায় ১২ হাজাৰৰ অধিক ৷ এই বৃহৎসংখ্যক ব্যক্তি ৩ মে’ৰ পিছত ৰাজ্যলৈ প্রত্যাৱর্তন কৰাটো প্রায় নিশ্চিত৷ কিন্তু ইমান…