নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

গুৱাহাটী-ডিব্ৰুগড়সহ ৰাজ্যৰ পাঁচ স্থানত নিৰ্মাণ হ’ব ৫ খনকৈ বিশেষ ক’ৰোনা চিকিৎসালয়

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ ৰাজ্যত দুমাহত নিৰ্মাণ হ'ব পাঁচখনকৈ চিকিৎসালয় । ক'ভিড-১৯ ৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হ'ব লগা এই চিকিৎসালয়কেইখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে শুকুৰবাৰে নিবিদা মুকলি কৰিছে । - এই কথা অৱগত কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত…

শনিবাৰৰ পৰা সাধাৰণ ৰোগীৰ বাবে বন্ধ হ’ব GMCH

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ভয়াৱহ ক'ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ যুদ্ধকালীন তৎপৰতা গ্ৰহণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । এই পৰ্যন্ত অসমত এজনো লোক ক'ৰোনাত আক্ৰান্ত হোৱা নাই যদিও ক'ৰোনাৰ সৈতে যুঁজ দিবলৈ সাজু হৈ আছে ৰাজ্য চৰকাৰ । যাৰ বাবে…

স্বাস্থ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি GNRCৰ প্ৰখ্যাত চিকিৎসক ডাঃ নোমল চন্দ্ৰ বৰাৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ৰাজ্যত ক’ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ বুধবাৰে গুৱাহাটীস্থিত ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । এই বৈঠকতে সচৰাচৰ ৰোগীসকল ব্যক্তিগত চিকিৎসালয়লৈ…

যুদ্ধকালীন তৎপৰতাঃ দিন ৰাতি একাকাৰ কৰি ৰাজ্যজুৰি ক’ৰোনা প্ৰতিৰোধৰ তদাৰক কৰিছে…

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ মাৰাত্মক ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত উদ্ভৱ হ'ব পৰা সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰীৰ ‘লক ডাউন’ ঘোষণাক আদৰণি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত…

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সমগ্ৰ দেশতে দৈনিক ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত ক’ৰোনা প্ৰতিৰোধ সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি মঙলবাৰে নিশা  ১২ বজাৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ 'লক ডাউন' ঘোষণা কৰে…

অসমত লক ডাউন ঘোষণা

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ অসমত লক ডাউন ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এই ঘোষণা ক'ৰোনা সংক্ৰমণৰ বাবে অসম চৰকাৰে লৈছে এই সিদ্ধান্ত মঙলবাৰে ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ ৰাজ্যত লক ডাউন অৱশ্যে লক ডাউনৰ…

ৰাজ্যত ‘লক ডাউন’ ঘোষণা কৰিব নেকি চৰকাৰে ? কি ক’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ভয়াৱহ ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যত 'লক ডাউন' ঘোষণা কৰিব লাগে বুলি সবৰ্ত্ৰে চৰ্চা চলি থকাৰ সময়তে শনিবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই…

জনতা কাৰ্ফিউলৈ পূৰ্ণ সমৰ্থনঃ ৰাজ্যত আজি নচলে বাছ, বিমানো বাতিল

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ সন্ত্ৰাস সৃষ্টি কৰা ভয়ংকৰ ক'ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে যুদ্ধকালীন তৎপৰতা । আজি পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান কৰা জনতা কাৰ্ফউলৈ সঁহাৰি জনাইছে ৰাজ্যৰ প্ৰতিটো স্তৰৰ…

বিহুগীতেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি অসম আৰক্ষীৰ, চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ কেৰালা আৰক্ষীৰ সজাগতামূলক ভিডিঅ'ৰ পাছত শনিবাৰে অসম আৰক্ষীয়েও প্ৰচাৰ কৰিছে ক'ৰোনা ভাইৰাছৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰে এক ভিডিঅ' । অসম আৰক্ষীৰ ফেচবুক পেজত শনিবাৰে শ্বেয়াৰ কৰা হয় সেই বিশেষ ভিডিঅ’টো ৷ ভিডিঅ'টোত এজন…

যোৰহাটৰ শিশুটি Covid-19 ত আক্ৰান্ত হোৱা নাই, নিশ্চিত হ’ল তথ্য

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ Covid-19 ত যোৰহাটৰ শিশুটি আক্ৰান্ত হোৱা নাই। লাহোৱালস্থিত ICMR ত দ্বিতীয়টো পৰীক্ষাৰ অন্তত আজি ৰিপৰ্ট আহিল নিগেটিভ । উল্লেখ্য যে শনিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰা প্ৰাৰাম্ভিক পৰীক্ষাত শিশুটিৰ দেহত…