নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

ৰাজ্যৰ উদীয়মান খেলুৱৈলৈ নতুন আঁচনি; এহেজাৰ খেলুৱৈয়ে পাব ৫০ হাজাৰকৈ সাহায্য

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ৰাজ্যৰ ক্রীড়াৰ সামগ্রিক উন্নয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে৷ ইয়াৰ অংশস্বৰূপে নতুন প্রজন্মৰ প্রতিভাৱান খেলুৱৈসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষণা…

উপ–সভাপতি ৰূপে নির্বাচিত হোৱাৰ পাছত কি ক’লে বিশিষ্ট লেখিকা মৃণালিনী দেৱীয়ে…

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ বাবে উপ–সভাপতি ৰূপে নির্বাচিত হোৱা বিশিষ্ট লেখিকা তথা সমাজকর্মী মৃণালিনী দেৱীৰ স্পষ্ট মন্তব্য– অচিৰেই অসম সাহিত্য সভাৰ ভাবমূর্তি উন্নত কৰাৰ কামত নিয়োজিত হ’ম৷ উল্লেখ্য যে…

অসমত জিএছটি সংগ্রহ ২০.৭৮% বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ৰাজ্যৰ বিত্তমন্ত্রী ড০ শর্মাই যোৱা ডিচেম্বৰ মাহত অসমৰ জিএছটিৰ সংগ্রহৰ পৰিমাণ বৃদ্ধি পোৱা বুলি ছ’চিয়েল মিডিয়াযোগে সদৰী কৰিছে ৷ যোৱা ২০১৮ বর্ষৰ ডিচেম্বৰ মাহতকৈ ২০১৯বর্ষৰ জিএছটি সংগ্রহৰ বৃদ্ধিৰ হাৰ ২০.৭৮ শতাংশ বুলি…

শীঘ্ৰে ভাল খবৰ লাভ কৰিব অসমে

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ শীঘ্ৰে অসমলৈ ভাল খবৰ আহিব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । নৱবৰ্ষৰ পহিলা দিনটোতে মন্ত্ৰী ড০ শর্মাই দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে ।…

আজিৰ পৰা কার্যকৰী হ’ব “বিবাহিতা কন্যালৈ এতোলা সোণ”

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ প্রতিবাদী আন্দোলনেৰে বছৰটো সমাপ্ত হোৱাৰ বিপৰীতে নৱবর্ষৰ আৰম্ভণিতে সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ বিবাহ পাশত আবদ্ধ হ’বলগীয়া কন্যা সন্তানৰ বাবে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে পূর্বে ঘোষণা কৰা অনুসৰি অৰুন্ধতী আঁচনিৰ জৰিয়তে…

এইয়া কেনেকুৱা প্ৰতিবাদ, ওপৰত কে .. তলৰ পৰা বেয়া শব্দঃ শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ৰাজ্যজুৰি বিজেপিয়ে অব্যাহত ৰাখিছে শান্তি-সমদল । দেওবাৰে জালুকবাৰী সমষ্টিৰ শুৱালকুছিত বিজেপিৰ দ্বাৰা আয়োজিত শান্তি সমদলত অংশগ্ৰহণ কৰাৰ পাচতেই এক বিশাল জনসভাক…

আজি শুৱালকুছিত বিজেপিৰ মৌন শান্তি সমদল

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ জাগীৰোডৰ পিছত এইবাৰ শুৱালকুছিত আজি বিজেপিয়ে উলিয়াব মৌন শান্তি সমদল৷ অসমত শান্তি আৰু বিৰামহীন প্রগতিৰ বাবে বিজেপিয়ে উলিওৱা এই সমদলত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা প্রমুখ্যে…

২০২১ ত ১০০ খন আসন দখল কৰি পুনৰ শাসনলৈ আহিব বিজেপি

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ "আমি ৰাজ্যত শান্তি আৰু প্ৰগতি বিচাৰো । যোৱা ১০ , ১১ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ ৰাজপথত ৰেলিং ভাঙিং, কলাক্ষেত্ৰত ৰাজহুৱা সামগ্ৰী বিনষ্ট কৰি, বিজেপিৰ সাংসদ-মন্ত্ৰীসকলৰ গৃহত শিল দলিয়াই একাংশই ভাবিছিল বিজেপি শেষ হৈ…

গণতান্ত্ৰীক আৰু শান্তিপূৰ্ণ আন্দোলনক বিজেপিয়ে কেতিয়াও বিৰুদ্ধাচৰণ নকৰে

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ "অসমৰ আকাশত যেতিয়াই সূৰ্যৰ পোহৰ আহে, যেতিয়াই অসমে উন্নয়নৰ পথলৈ আগবাঢ়ে, তেতিয়াই অসমৰ আকাশত কেতিয়াবা ক'লা ধোৱা আৰু কেতিয়াবা মেঘৰ আন্ধাৰো আহে । কিন্তু মেঘৰ অন্ধকাৰ সাময়িক, সূৰ্যৰ পোহৰ সদায় স্থায়ী । সেই সূৰ্যৰ…

ৰাজ্যত ২৭১ টা মথাউৰি নির্মাণৰ বাবে ১,০৬৬.০৪ কোটি টকাৰ অনুমোদন

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ এইবছৰ বানপানীত ক্ষতিগ্রস্ত হোৱা মথাউৰিসমূহ পুনৰ নির্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে স্ব–গ্রাধিকাৰ পুঁজিৰ লগতে বিভিন্ন শিতানৰ অধীনত ১,০৬৬.০৪ কোটি টকা মোকলাই দিছে৷ এই পুঁজিৰে মুঠ ২৭১টা মথাউৰি নির্মাণ কৰা হ’ব৷ সোমবাৰে…