নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

editorial

ক’ৰোনাৰ প্রত্যাহ্বান

মাৰাত্মক ক’ৰোনা ভাইৰাছৰ তাণ্ডৱত আতংকিত সমগ্র বিশ্ব৷ প্রায় দুমাহৰ ভিতৰতে বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক এই ভাইৰাছৰ দ্বাৰা প্রায় ৩৬ লাখ লোক আক্রান্ত হৈছে আৰু মৃত্যু হৈছে প্রায় আঢ়ৈ লাখ লোকৰ৷ ক’ৰোনাৰ বিভীষিকাই অসমকে ধৰি সমগ্র দেশকে…

লকডাউনৰ দিনলিপি

নভবা-নিচিন্তা কথা এটাই, সমগ্ৰ পৃথিৱীখনকে এনেদৰে জোকাৰি দিলে যে ভৱিষ্যতে কি হ'ব সেই কথাৰ কোনোধৰণৰ কল্পনা কৰিব নোৱৰাকৈ মানুহে দিন অতিবাহিত কৰিছে । অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলৰ বাহিৰে আন প্ৰায় সকলো লোকেই এতিয়া গৃহবন্দী । হঠাতেভাৰতত…

ক’ৰোনাক তৃতীয় স্তৰৰ পূর্বেই ৰুধিব লাগিব

তৃতীয়টো স্তৰত ক’ৰোনা ভাইৰাছৰ ধ্বংসলীলা কিমান ভয়াৱহ আৰু হূদয়বিদাৰক হ’ব পাৰে, তাৰ অন্যতম উদাহৰণ হ’ল ইটালী৷ দেশখনত বুধবাৰে ৪৭৫গৰাকী লোকৰ মৃত্যু হয়৷ দেশখনত এতিয়ালৈকে প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হৈছে৷ আজিৰ তাৰিখত ক’ৰোনা ভাইৰাছে তাণ্ডৱলীলা চলোৱা…

বিজেপিৰ নির্বাচনী অংক বিপিএফৰ ভৱিষ্যৎ

নৰেন্দ্র মোদীৰ নেতৃত্বত ২০১৪ চনত দিল্লী দখল কৰাৰ পিছত অসমত অনুষ্ঠিত প্রতিটো নির্বাচনত অভূতপূর্ব সাফল্য লাভ কৰা বিজেপিয়ে এইবাৰ বি টি চিৰ পৰিষদীয় নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতা কৰিব৷ দেওবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত…

দিল্লীৰ ৰক্তক্ষয়ী সংঘর্ষ

নাগৰিকত্ব সংশোধনী আইন(কা)বিৰোধী বিক্ষোভ–প্রতিবাদে এতিয়া ৰক্তক্ষয়ী সংঘর্ষৰ ৰূপ লৈছে দেশৰ ৰাজধানী নতুন দিল্লীত৷ ‘কা’বিৰোধী বিক্ষোভ বিগত দুমাহতকৈ অধিককাল ধৰি অব্যাহত আছে দিল্লীৰ শ্বাহিনবাগ অঞ্চলত৷ শ্বাহিনবাগৰ এই বিক্ষোভে দেশৰ বিভিন্ন স্থানলৈ…

ট্রাম্পৰ প্রতি বৃদ্ধি আস্থা

বিশ্বৰ সর্বশ্রেষ্ঠ গণতন্ত্র খ্যাত আমেৰিকাত ৰাষ্ট্রপতি নির্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে৷ বিগত ৰাষ্ট্রপতি নির্বাচনত অভাৱনীয়ভাৱে ড’নাল্ড ট্রাম্প নির্বাচিত হোৱাৰ পাছত দেশৰ বিদ্বৎ মহলৰ লগতে প্রগতিশীল সংগঠনসমূহে আশ্চর্য প্রকাশ কৰিছিল৷ ড’নাল্ড…

প্রাণঘাতী ভাইৰাছ

১৮ বছৰৰ ব্যৱধানত চীনত পুনৰ প্রাণঘাতী মাৰাত্মক ভাইৰাছৰ প্রাদুর্ভাৱ৷ ২০০২ চনত অতি কম দিনৰ ভিতৰতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ‘ছিভিয়াৰ একিউট ৰেছপিৰেটৰী ছিণ্ড্রম’ (ছার্ছ) নামৰ ভাইৰাছবিধে দেশখনত ৮ শতাধিকৰ প্রাণ কাঢ়িছিল৷ এইবাৰো অনুৰূপ পৰিস্থিতিৰেই…

ঐতিহাসিক বড়ো চুক্তি

বিদ্রোহী সংগঠন এনডিএফবিয়ে অস্ত্র সম্বৰণ কৰি শান্তিৰ পথলৈ ঘূৰি অহাটো সমগ্র বিটিএডি তথা অসমৰ বাবে এক সুখৰ খবৰ৷ শান্তি আলোচনাৰ মাজেৰে বিদ্রোহী সংগঠনসমূহৰ সৈতে সমস্যা সমাধানৰ পথ উলিয়াব লাগিব কেন্দ্রীয় চৰকাৰে৷ গতিকে এনডিএফবি আলোচনাৰ মাজলৈ অহাটো…

নতুন ৰাজনৈতিক দল

নাগৰিকত্ব আইনৰ শেহতীয়া সংশোধনীৰ প্রতিবাদত প্রায় ডেৰ মাহ ধৰি আন্দোলনমুখৰ হৈ আছে ব্রহ্মপুত্র উপত্যকাৰ একাংশ অঞ্চল৷ উজনিৰ তিনিচুকীয়াৰ পৰা নামনিৰ পাঠশালালৈকে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ সময়তে এটা নতুন ৰাজনৈতিক দল গঠনৰ…

ভাৰত হওক শান্তিৰ দূত

বিশ্বৰ সর্বশক্তিমান ৰাষ্ট্র আমেৰিকা যুক্তৰাষ্ট্রৰ যুদ্ধংদেহি মনোভাব আৰু জনপ্রিয় নেতা এগৰাকীক হেৰুৱাই প্রতিশোধৰ জুইত দগ্ধ ইৰানৰ অদমনীয় স্থিতিয়ে পৃথিৱীখনক তৃতীয় বিশ্বযুদ্ধৰ পিনে লৈ যায় নে বিশেষ একো নঘটাকৈ আকাশৰ পৰা যুদ্ধৰ ক’লা ডাৱৰ আঁতৰি যায়,…