দক্ষিণ বৰপেটাৰ চৰাঞ্চলত শালি ধানে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত
নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : বৰপেটা জিলাৰ চৰাঞ্চলৰ বসতিৰ ওপৰত বিভিন্ন কিতাপ পত্ৰৰ লগতে গৱেষণা পত্ৰত পোৱা তথ্য অনুসৰি তেতিয়াৰ অবিভক্ত ভাৰত বৰ্ষৰ পূৰ্বৰ বংগৰ যথেষ্ট সংখ্যক লোকে মূলতঃ অভাৱৰ বাবেই এই অঞ্চলসমূহলৈ আহি বসতি স্থাপন কৰিছিল। একাংশ…