প্রাণৰ শিল্পী জুবিন গার্গলৈ ‘সংগীত সুধাকৰ’ অভিধা অসম সাহিত্য সভাৰ
ডিজিটেল ডেস্ক, ১৩ জুলাই : প্রাণৰ শিল্পী জুবিন গার্গক মৰণোত্তৰভাৱে অসম সাহিত্য সভাই প্রদান কৰিব ‘সংগীত সুধাকৰ’ অভিধা৷ দেওবাৰে মহানগৰীৰ দীঘলীপুখুৰীপাৰস্থিত অসম সাহিত্য সভাৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ ড০ মহেন্দ্র নাথ বৰা সোঁৱৰণী সভাকক্ষত আয়োজিত…