নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আইপিএলত মুম্বাইৰ অধিনায়ক কোন হ’ব?

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ আই পি এল ২০২৫ৰ বাবে সকলো দলৰ ৰিটেনচন লিষ্টলৈ চালে জনা যায় যে অহা ছিজনত বহু দলৰ অধিনায়ক সলনি হ’ব। ইফালে মুম্বাই ইণ্ডিয়ানছে ৫জন খেলুৱৈক ধৰি ৰাখি মুঠ ৭৫ কোটি টকা ব্যয় কৰিছে। এম আই ফ্ৰেঞ্চাইজিয়ে যশপ্ৰীত…

বিহমাৰীৰ কুলাগুৰী জাৰণিত হাতী-মানুহৰ সংঘাত অব্যাহত

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে বিশ্বনাথ জিলাৰ বিহমাৰী, কুলাগুৰী, শিয়ালমাৰী, বনগাঁও, জাৰণি, বৰাজুলী আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত। কাজিৰঙাৰ ষষ্ঠ সংযোজনাৰ আৰু বিহালী…

ভাইবোৱাৰীয়েক ধৰ্ষণৰ অপচেষ্টা প্ৰধান শিক্ষকৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ কামৰূপ জিলাৰ ছমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জোৰশিমুলীত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে৷ অভিযোগ মতে ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ১২৮৪নং চৌধুৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মীৰ…

পৰীক্ষিত বৈশ্যক ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা প্ৰদান 

নিয়মীয়া বাৰ্তা, ১৯ নবেম্বৰ : অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমৰ উদ্যোগত কালি সন্ধিয়া সৰ্থেবাৰীৰ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহত পালন কৰা হ'ল বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস। এই অনুষ্ঠানৰ লগত সংগতি…

চৰাইদেউত আজিৰে পৰা বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰ : নিজৰ সমৃদ্ধিশালী ঐতিহ্যকলৈ গৌৰৱ কৰিব নোৱাৰা এটা জাতিয়ে কেতিয়াও শক্তিশালী, সুস্থ সবল জাতি হিচাপে পৰিচিতি লাভ কৰিব নোৱাৰে। জাতীয় ঐতিহ্যই জাতিগত সভ্যতা সংস্কৃতিৰ পৰিচয় বহন কৰে সেয়ে অসমীয়া জাতিয়ে ছশ বছৰীয়া আহোম…

বায়ু প্ৰদূষণ : অতি ভয়াৱহ অৱস্থা দেশৰ ৰাজধানী দিল্লীৰ অৱস্থা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ নৱেম্বৰঃ দেশৰ ৰাজধানী দিল্লীৰ অৱস্থা অতি ভয়াৱহ। দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বায়ু প্ৰদূষণ অতি বিপজ্জনক মাত্ৰাত উপনীত হৈছে। আনহাতে, পাকিস্তানৰ দুখন চহৰ লাহোৰ আৰু মুলতানৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI)য়ে…

সুকন্যাত ৰেচিপি

পম্পী শর্মা খাউণ্ড চিকেন টেংগী কাবাব উপকৰণ চিকেন লেগপিচ (legs pieces)– ৪/৫ টুকুৰা আদা, নহৰু পেষ্ট ২ চামুচ দৈ– আধা কাপ নেমু ৰস ৩/৪ চামুচ বেচন ২ চামুচ জলকীয়া গুৰি, গৰম মচলা, জালুক গুৰি, চাট মচলা, নিমখ আৰু হালধি –––১ চামুচকৈ (জোখ…

সুকন্যা : কপৌজাতীয় উদ্ভিদ

সুমিত দাস অর্কিড (Orchid) বা কপৌজাতীয় উদ্ভিদ প্ৰকৃতিৰ অনুপম সৃষ্টি। অর্কিডৰ মোহনীয় সৌন্দৰ্য্য আৰু ফুলৰ বিচিত্র গঢ়ে (Floral architecture) সকলো মানুহকে মোহাচ্ছন্ন কৰিব পাৰে। পুষ্পধাৰী বা সপুষ্পক উদ্ভিদশ্ৰেণীৰ (Flowering Plants) সিংহভাগ ঠাই…

লাহৰীঘাটত বিশেষভাৱে সক্ষম ব্যক্তিৰ মাজত সহায়ক উপকৰণ প্ৰদান

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু এলিমকোৰ জৰিয়তে আজি লাহৰীঘাটত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত সহায়ক উপকৰণ প্ৰদান কৰা হয়। লাহৰীঘাট শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ সহযোগত এই উদ্দেশ্যে আজি লাহৰীঘাট উন্নয়ন খণ্ড…

তিৰুপতি মন্দিৰক লৈ পৰিচালনা সমিতিৰ ডাঙৰ সিদ্ধান্ত, জানক সবিশেষ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ নৱেম্বৰঃ তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ৰ প্ৰথমখন বৈঠক অলপতে সমাপ্ত হয়। এই বৈঠকত ইয়াৰ নতুন সভাপতি বি আৰ নাইডুৰ নেতৃত্বত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত সিদ্ধান্ত লোৱা হয় যে ভগৱান ভেংকটেশ্বৰ…