২৯ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৫-২৬ পৰ্যটন বৰ্ষ অহা ২৮ মে’ত আনুষ্ঠানিকভাৱে সমাপ্ত হ’ব। ইয়াৰ পিছতে ২৯ মে’ৰ পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰখন।
এইবাৰৰ পৰ্যটন বৰ্ষই কাজিৰঙালৈ কঢ়িয়াই আনিছে দুটাকৈ বৃহৎ…