অগ্নিগর্ভা ম্যানমাৰ
ম্যানমাৰত অব্যাহত আছে অগ্ণিগর্ভা পৰিস্থিতি৷ গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰ এখনক উৎখাত কৰি সেনাই অভ্যুত্থানৰ জৰিয়তে ক্ষমতা দখল কৰাৰ পিছৰে পৰা উত্তপ্ত হৈ আছে ম্যানমাৰ৷ পূব এছিয়াৰ এই দেশখনত কেইবাটাও বিদ্রোহী সংগঠনে দীর্ঘদিন ধৰি বিভিন্ন দাবীত…