তামুলপুৰত শোকাৱহ ঘটনা, পথাৰত ভূঁই ৰুই থাকোঁতে ৰোৱনীৰ প্ৰাণহানি
ডিজিটেল ডেস্ক, ৩ জুলাই: তামুলপুৰৰ ঝাৰগাঁৱত শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত এক শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। কৃষিভূমিত ভূঁই ৰুই থকা অৱস্থাত বজ্ৰপাতত এগৰাকী ৰোৱনীৰ মৃত্যু হয়।
নিহত মহিলাগৰাকী বৰলকুছি গাঁৱৰ মিনতি ব্ৰহ্ম (৪৮) বুলি…