নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ ফেব্ৰুৱাৰী, ফাগুন মাহৰ ৩ তাৰিখ দেওবাৰ : তিথি– কৃষ্ণা চতুর্থী, নক্ষত্র : হস্তা, যাত্রা : নাই মেষ : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি পাব৷ পাৰিবাৰিক সমস্যা থাকিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷ বৃষ :…

বি পি চলিহা কলেজলৈ নাকৰ মূল্যায়নত বি+ গ্ৰেড 

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ নাক’ৰ মূল্যায়নৰ মাপকাঠিত কামৰূপৰ জকাইচুকীয়া নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ে বি+ গ্ৰেড লাভ কৰাত অঞ্চলবাসীৰ মনত উলাহৰ ঢৌ নামিছে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল চন্দ্ৰ পাঠকে আমাৰ প্ৰতিবেদকক…

বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক শাস্তিমূলক বদলি

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ বিলাসীপাৰাত পুনৰ বদনামী হৈছে আৰক্ষী। এইবাৰ ডাম্পাৰ চালকৰ পৰা ধন দাবী কৰি শাস্তিমূলক বদলি হবলগীয়াত পৰিল বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। বিলাসীপাৰা থানাৰ অ'চি টুগুল বড়োক ধুবুৰী পি আই কোৰ্ট লৈ…

অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক কিৰণ চন্দ্ৰ নাথলৈ বৰ্ষশ্ৰেষ্ঠ ব্যক্তি সন্মান

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : ভাৰত চৰকাৰৰ সমবায় পৰিক্ৰমা বিভাগৰ অধীনত পঞ্জীয়নভূক্ত সংস্থা বৰলুইত ফাউণ্ডেশ্যনে ২০২০ চনৰ পৰা অসম জ্যোতি সন্মান আৰু বৰ্ষশ্ৰেষ্ঠ ব্যক্তিৰ সন্মান প্ৰদান কৰি আহিছে। বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি বৰলুইত…

মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ১৪ শ্ৰমিক উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : ৰঙিয়া আৰক্ষীয়ে মানৱ সৰবৰাহৰ বৃহৎ এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে অভিযান চলাই ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ পৰা ১৪জন শ্ৰমিকক উদ্ধাৰ কৰে। এই শ্ৰমিকসকল ত্ৰিপুৰা, ডিমাপুৰ আৰু উত্তৰ অসমৰ বিভিন্ন…

বৰপেটাত জব্দ নিচাযুক্ত নিষিদ্ধ টেবলেট-কফ চিৰাফৰ বটল

বাৰ্তা ব্যৰো, বৰপেটা, ১৫ ফেব্ৰুৱাৰীঃ নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ বাবে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ বৰপেটাত শুকুৰবাৰে মাজ নিশা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমানৰ নিচাযুক্ত নিষিদ্ধ টেবলেট আৰু কফ চিৰাফৰ বটল। বৰপেটাৰ আৰক্ষী…

প্ৰেমিকাৰ অশ্লীল ভিডিঅ’ ভাইৰেল, আত্ম*হত্যা প্ৰেমিকাৰ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : ভেলেন্টাইন ডে'ৰ পূৰ্বে এটা অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে চৰম সিদ্ধান্ত ল'লে এগৰাকী প্ৰেমিকাই। কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ  লালাং তৃতীয় ব্লকৰ মৰাগাং গাঁৱত  সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা। মজুমদাৰ উপাধিৰ…

মেট্ৰিক দিয়াৰ পৰা বঞ্চিত মাজুলীৰ দুই পৰীক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাকক্ষণত মাজুলীৰ দুগৰাকী ছাত্ৰীয়ে এতিয়া জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হবলগীয়া হোৱাৰ ঘটনা সংঘটিত হৈছে।…