নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জুবিন গাৰ্গৰ সম্পত্তি সন্দৰ্ভত আদালতৰ গুৰুত্বপূৰ্ণ ৰায়

জুবিন গাৰ্গৰ সম্পত্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আদালতৰ ৰায়। পত্নী গৰিমা শইকীয়া গাৰ্গলৈ উত্তৰাধিকাৰ প্ৰমাণপত্ৰ জাৰি। কামৰূপ (মহানগৰ) জিলা ন্যায়াধীশ আদালতৰ নিৰ্দেশ। জুবিন গাৰ্গৰ বেংক একাউণ্ট আৰু মিউচুৱেল ফাণ্ডৰ অধিকাৰ গৰিমাৰ।…

পেট্ৰ’ল-ডিজেল-বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম হ্ৰাস

দীৰ্ঘদিন ধৰি মূল্যবৃদ্ধিৰ বোজা বহন কৰি অহা সাধাৰণ জনতাৰ বাবে কিছু সকাহৰ খবৰ। ব্যক্তিগত ইন্ধন বিক্ৰেতা নায়াৰা এনৰ্জিয়ে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ টকা হ্ৰাস কৰিছে। আনহাতে কেন্দ্ৰীয় চৰকাৰে ১৯ কেজি…

বিশেষ লেখা : বনাঞ্চল বেদখল অধিকাৰৰ চর্ত নহয়

কিশোৰ উপাধ্যায় গুৱাহাটী উচ্চ ন্যায়ালয়ে আব্দুল খালেক আৰু অন্যান্য বনাম অসম চৰকাৰ আৰু অন্যান্য, WA/211/2026 গোচৰত প্রদান কৰা ৰায়ে আইনৰ শাসন, পৰিৱেশ সংৰক্ষণ আৰু সাংবিধানিক শাসন ব্যৱস্থাৰ গুৰুত্বক পুনৰবাৰ দৃঢ়ভাৱে প্রতিষ্ঠা কৰিছে৷ এই ৰায় কেৱল…

হাজো-দৌলাশাল ঘাইপথৰ ঘোগাত ভয়ংকৰ পথ দুৰ্ঘটনা

মুকালমুৱাৰ বদনিত ভয়াৱহ পথ দুৰ্ঘটনা ৷ হাজো-দৌলাশাল ঘাইপথৰ ঘোগা বদনিত দুৰ্ঘটনা ৷ গুৱাহাটীলৈ মাছ কঢ়িয়াই নিয়া চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথত ৷ বাহনখনত থকা দহগৰাকীতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হয়৷ আহত মাছ…

হ’বনে বৈভৱৰ অভিষেক! আজি ভাৰত-ইংলেণ্ডৰ প্ৰথম টি-২০

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখন মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ আজি অনুষ্ঠিত হ'ব। আয়াৰলেণ্ড ভ্ৰমণত ০-২ ব্যৱধানত শৃংখলা পৰাজয়ৰ পিছত এই মেচখনত টীম ইণ্ডিয়াৰ ওপৰত থাকিব অতিৰিক্ত চাপ। শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত প্ৰথমটো শৃংখলা সফল নহ'ল।…

পিষ্টল-গুলীসহ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী!

যোৰহাট জিলাৰ তিতাবৰৰ নগাবাটত আৰক্ষীৰ এক বিশেষ অভিযানত এটা .২২ পিষ্টল আৰু ২৩ জাঁই সক্ৰিয় গুলীসহ গ্ৰেপ্তাৰ কৰা হৈছে চৰকাৰী কৰ্মচাৰী বিজয় কৃষ্ণ বৰাক। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্ত বিজয় কৃষ্ণ বৰা নগাবাটস্থিত শংকৰ মাধৱ উচ্চ মাধ্যমিক…

দুৰ্দান্ত এমবাপে,  ছুইডেনক পৰাস্ত কৰি অন্তিম-১৬ত ফ্ৰান্স

ফিফা বিশ্বকাপ ২০২৬ৰ ৰাউণ্ড অৱ ৩২ত ফ্ৰান্সে দমনীয় প্ৰদৰ্শনেৰে ছুইডেনক ৩-০ গ'লত পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিছে। কিলিয়ান এমবাপেৰ দুটা গ'ল আৰু ব্ৰেডলী বাৰ্কোলাৰ এটা গ'লেৰে সহজ জয় নিশ্চিত কৰে ফ্ৰান্সে। মেচখনত এমবাপেই দুটা গ'ল কৰাৰ উপৰি…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১ জুলাই, আহাৰ মাহৰ ১৬ তাৰিখ বুধবাৰ : তিথি– প্রতিপদ, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : নাই মেষ  : সু–সংবাদৰ যোগাযোগে আনন্দ দিব৷ কর্মক্ষেত্রত দায়িত্ব সম্পর্কে সচেতন থাকক৷ ক’লা গৰুক ৰুটী খুৱাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷ বৃষ : কোনো সংবাদে…

এসপ্তাহত ১০০% অবৈধ কাঠফলা মিল বন্ধ হ’ব লাগিব : মন্ত্ৰী জয়ন্ত মল্ল

ৰাজ্যখনৰ বনজ সম্পদ সংৰক্ষণ, জৈৱ-বৈচিত্ৰ্য ৰক্ষা আৰু চোৰাং কাঠৰ বেহা সম্পূৰ্ণৰূপে ৰোধ কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমতে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ‘মিছন মুড’ত এক ব্যাপক অভিযান আৰম্ভ কৰিছে বন বিভাগে। এই সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত…

নলবাৰীত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

ডিজিটেল ডেস্ক, নলবাৰী, ৩০ জুন : ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ জিলা নলবাৰীত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ চলিল ধাৰাবাহিক অভিযান। ৰাজ্যৰ কোনো ঠাইতেই অবৈধ কাঠ মিল থাকিব নোৱাৰিব বুলি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কঠোৰ নিৰ্দেশ…