নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰাজেন দাসৰ আইৰন গাৰ্লছলৈ দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ কেৰালাত ১০ জানুৱাৰীৰ পৰা ৪০খন দেশৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা অষ্টম আন্তঃৰাষ্ট্ৰীয় ফ’কল’ৰ চলচ্চিত্ৰ মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাজেন দাস পৰিচালিত “আইৰন গাৰ্লছ“ চলচ্চিত্ৰখনে৷ দেশ বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতাৰ ভূয়সী…

আনন্দৰাম বৰুৱা একাডেমিৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰণ-শিল্পী দিৱস

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ "সমাজত উচ্চ, মধ্য, নিম্ন আদি বহু স্তৰ আছে আৰু জীৱনৰ মাত্ৰ ১৪ বছৰ বয়সতে এই স্তৰ সমূহ নিৰ্ধাৰণ কৰি নাটক লিখিব পৰা মানুহ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সুবিশাল আৰু ব্যাপ্ত জীৱনৰ বিষয়ে…

চেম্পিয়নছ ট্রফী আৰু বিতর্ক

বিশ্বকাপ ক্রিকেটৰ পিছতে বিশ্ব ক্রিকেটত বিশেষ মর্যাদাসম্পন্ন প্রতিযোগিতাখনেই হ’ল চেম্পিয়নছ ট্রফী৷ ১৯৯৮ চনত প্রথমবাৰৰ বাবে প্রতিযোগিতাখন অনুষ্ঠিত হৈছিল৷ টেষ্ট ক্রিকেটৰ মর্যাদা লাভ নকৰা দেশসমূহৰ খেলৰ উন্নয়নৰ বাবে ধন সংগ্রহৰ উদ্দেশ্যে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৮ জানুৱাৰী, মাঘ মাহৰ ৪ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : শুভ মেষ : নিবনুৱা ব্যক্তিৰ কর্ম লাভৰ যোগ আছে৷ শৰীৰৰ ক্ষেত্রত শুভ ফল আশা কৰিব নোৱাৰে৷ ভ্রমণত সাৱধান হওক৷ প্রেমৰ ক্ষেত্রত বাধাসমূহ দূৰ হ’ব৷…

১৪৩সংখ্যক হাৰিভাংগা সভা মহোৎসৱ আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত হাৰিভাংগা সভা মহোৎসৱ। হাৰিভাংগাস্থিত কলীয়া গোসাঁই মন্দিৰ প্ৰাংগনত পাঁচদিনীয়াকৈ অনুষ্ঠিত ১৪৩ সংখ্যক সভা মহোৎসৱৰ কালি নিশা আনুষ্ঠানিকভাৱে উদ্বোধন…

বিশিষ্ট নাট্যশিল্পী মুকুল ঈদিপাছলৈ আছুৰ শিল্পী সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰী : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৱিত্ৰ স্মৃতিত প্ৰতিবছৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই শিল্পী দিৱসৰ দিনটোত শিল্পী সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে। এইবেলি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই অসমৰ এগৰাকী নাট্যশিল্পী, অভিনেতা,…

পাঠশালাত দেবেন ৰয়ৰ কথাৰে আধুনিক গীত উন্মোচন শিল্পী জেপি দাসৰ

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ সংগীত হৈছে শিল্পীসকলৰ অনুভূতিৰ এক মুৰ্ত্ত প্ৰকাশ, যি অনভুতিত শিল্পীসকলে সংগীতৰ ক্ষেত্ৰখনত বিচাৰি পায় জীৱনৰ অনাবিল সুখ আৰু আনন্দ৷  এই মন্তব্য বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা অসমৰ এগৰাকী স্বনামধন্য শিল্পী জে পি…

সৰ্থেবাৰীৰ কাঁহশিল্পী অলকানন্দ পাঠকলৈ শিল্পী পেন্সন 

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰী : সৰ্থেবাৰীৰ জ্যেষ্ঠ কহাঁৰ শিল্পী তথা ঘোষানামৰ বিশিষ্ট পাঠক অলকানন্দ পাঠক শিল্পী পেন্সনৰ বাবে নিৰ্বাচিত হোৱাত সৰ্থেবাৰীৰ কাঁহ শিল্পী সকল আনন্দিত হৈছে। প্ৰায় বিশিষ্ট বছৰ পূৰ্বৰ পৰাই শিল্পখ পেন্সনৰ বাবে আবেদন…

বৰদুৱাৰ বাগানত শ্ৰীশ্ৰী ৰামচন্দ্ৰ গোসাঁইৰ শতবৰ্ষ উদযাপনৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ১৭ জানুৱাৰী : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ৰাভা হাছং এলেকাৰ বৰদুৱাৰ বাগানৰ সৰুৰাণীত আজি  শ্ৰীশ্ৰী ৰামচন্দ্ৰ গোসাঁইৰ শতবৰ্ষ উদযাপনৰ লাইখুঁটা স্থাপন কৰা হয় ৷ ১৯২৫ চনতে স্থাপন হোৱা ঐতিহাসিক…