৪০ বছৰ পাছত নিউজিলেণ্ড ভ্ৰমণ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ
ভাৰত আৰু নিউজিলেণ্ডে দ্বিপাক্ষিক সম্পৰ্কক নতুন উচ্চতালৈ লৈ গৈ আনুষ্ঠানিকভাৱে ‘কৌশলগত অংশীদাৰিত্ব’ (Strategic Partnership)-ৰ মৰ্যাদা প্ৰদান কৰিছে। লগতে দুয়োখন দেশে ‘ইণ্ডিয়া–নিউজিলেণ্ড ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ : ৰোডমেপ ২০৩০’-ত অনুমোদন…