আজি অসমলৈ আৰএছএছপ্রধান মোহন ভাগৱত
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ আজিৰ পৰা পাঁচদিনীয়া ভ্রমণসূচীৰে ২৫ ফেব্রুৱাৰীলৈ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত অসমত উপস্থিত হ’ব৷ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বর্ষ পূর্ণৰ প্রতি লক্ষ্য ৰাখি সৰসংঘচালক ডাঃ ভাগৱতে…