গ্ৰীনবাছৰ বিৰুদ্ধে কাঢ়া প্ৰশাসন, ৬৩ চালকৰ লাইচেঞ্চ বাতিল
গুৱাহাটী মহানগৰীত গ্ৰীনবাছৰ অনিয়ম নিয়ন্ত্ৰণৰ লক্ষ্যৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ জিলা প্ৰশাসনে। ট্ৰেফিক নিয়ম ভংগ কৰাৰ অভিযোগত ৬৩জন গ্ৰীনবাছ চালকৰ ড্ৰাইভিং লাইচেঞ্চ বাতিল কৰা হৈছে।
প্ৰশাসনে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি, এতিয়াৰে পৰা…