নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত বিশ্ব নৃতত্ত্ব দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ নৃতত্ত্ব আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত তথা অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ সহযোগত আজি মহাবিদ্যালয়খনিত বিশ্ব নৃতত্ত্ব দিৱস উদযাপন কৰা হয়। অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ সৈতে ইতিমধ্যে…

হাউলী সাৰ্বজনীন শিৱ মন্দিৰত মহা শিৱৰাত্ৰিৰ আয়োজন 

নিয়মীয়া বাৰ্তা, হাউলী, ২০ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ হাউলী সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ছয়দিনীয়া বিভিন্ন কাৰ্যসূচীৰে মহা শিৱৰাত্ৰি উদযাপনৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি, ২৬ ফেব্ৰুৱাৰী পুৱা ৯ বজাত শিৱৰ ভক্তসকলৰ দ্বাৰা…

সোণতলীত লম্পট হালিম উদ্দিনক ন্যায়িক জিম্মালৈ প্ৰেৰণ

🔹 প্ৰেমৰ সম্পৰ্ক সমাধান কৰি দিয়াৰ ছলেৰে দুষ্কৰ্ম নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ বৰ আৰিকাটিৰ কিশোৰী ধৰ্ষণকাৰী এটাক যোৱানিশা সোণতলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ অভিযোগ মতে, সোণতলীৰ বৰ আৰিকাটিৰ লম্পট…

বিজ্ঞাপনত সময় নষ্ট : দর্শকক ৬৫ হাজাৰ ক্ষতিপূৰণ

🔹 বেংগালুৰুত চলচ্চিত্র প্রেক্ষাগৃহৰ বিৰুদ্ধে গোচৰত জয়লাভ যুৱকৰ নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : টিভিৰ পৰা ইউটিউবলৈ বিজ্ঞাপনৰ অত্যাচাৰ সহ্য কৰা অভ্যাস হৈ গৈছে সাধাৰণ জনতাৰ৷ কিন্তু সকলোৱেই জানো বিজ্ঞাপনৰ দ্বাৰা বিৰক্ত নোহোৱাকৈ থাকিব পাৰে!…

বিচাৰ প্রক্রিয়া চলি থকা সময়তে হৃদৰোগত মৃত্যু অধিবক্তাৰ

🔹 তেলেংগানা হাইক’টত মর্মান্তিক ঘটনা নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : উচ্চ ন্যায়ালয়ত গোচৰৰ বিচাৰ প্রক্রিয়া চলি থকা সময়তে হূদৰোগত আক্রান্ত হৈ মৃত্যু হ’ল এজন অধিবক্তাৰ৷ এই ঘটনা সংঘটিত হৈছে তেলেংগানা উচ্চ ন্যায়ালয়ত৷ পৰহি বিচাৰ প্রক্রিয়া চলি থকাৰ…

ভাৰতৰ ৪০ বছৰীয়া বিশ্ব অভিলেখ ভংগ আমেৰিকাৰ

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : ভাৰতৰ ৪০ বছৰীয়া পুৰণি বিশ্ব অভিলেখ ভংগ কৰিলে আমেৰিকাই৷ পুৰুষৰ এদিনীয়া ক্রিকেটত সর্বনিম্ন স্ক’ৰ ডিফেণ্ড কৰি নতুন বিশ্ব অভিলেখ গঢ়িলে মহাশক্তিধৰ আমেৰিকাই ক্রিকেট দলটোৱে৷ ক্রিকেট বিশ্বকাপ লীগ ২ৰ খেলত ওমানৰ বিৰুদ্ধে…

দশম–দ্বাদশৰ ব’ৰ্ড পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হ’ব

🔹 চিবিএছইৰ বৃহৎ সংস্কাৰ নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ৰ অধীনত চিবিএছইয়ে পৰীক্ষাত বৃহৎ সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ অধ্যক্ষতাত অনুষ্ঠিত এক গুৰুত্বপূর্ণ বৈঠকত চিবিএছইৰ…

বাঘবৰৰ কণৰাত অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থী-শিক্ষকৰ

🔹 খহনীয়াত ১৩বাৰকৈ স্থানান্তৰিত গড়লা সুঁতি প্ৰাথমিক বিদ্যালয় নিয়মীয়া বাৰ্তা,  ২০ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অধীনস্থ কনৰা গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ বক্ষত অবৈধ খনন। উপায়হীন হৈ অবৈধ মাটি খনন কাৰ্যৰ বিৰুদ্ধে এইবাৰ তীব্ৰ…

ধনেই নহয়, নাৰীৰ প্রতিও দুর্বল ৰাকেশ পাল

🔹 মহিলা প্রার্থীৰে অবৈধ সম্পর্ক দুর্নীতিৰ সদাগৰৰ 🔹 ভঙাগড়ৰ বাসগৃহত পালৰ সৈতে দিনটো অতিবাহিত কৰিছিল মহিলা প্ৰাৰ্থীয়ে ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ফেব্রুৱাৰী : দুর্নীতিৰ সদাগৰ ৰাকেশ পালৰ কার্যকালত অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত অনিয়ম সন্দর্ভত…

গ্রামীণ ডাক সেৱকৰ ২১,৪১৩টা পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ৩ মার্চ ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্রালয়ৰ অধীনত ২১,৪১৩টা গ্রামীণ ডাক সেৱকৰ খালী পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷