জোনাইত লেকু নৈৰ তীব্ৰ খহনীয়া, জাহ গৈছে ‘পবা’ৰ বহু মূল্যৱান গছ-গছনি
জোনাইৰ অসম-অৰুণাচল সীমান্তৱৰ্তী লেকু বীট খণ্ডৰ কাষৰ খৰস্ৰোতা লেকু নদীৰ খহনীয়াই এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নদীখনৰ অব্যাহত তীব্ৰ খহনীয়াৰ ফলত প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য 'পবা'ৰ লগতে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁও তীব্ৰ ভাবুকিৰ সন্মুখীন…