ক্রীড়া-জগত পিংক টেষ্টৰ ইটো সিটো নিয়মীয়া বাৰ্তা Nov 23, 2019 নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ ভাৰতৰ মাটিত অনুষ্ঠিত প্ৰথমখন দিবা-নৈশ টেষ্টৰ পূৰ্বে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে ইডেন গাৰ্ডেনৰ বেল বজাই আনুষ্ঠানিক ভাৱে মেচৰ শুভাৰম্ভ…
দেশ বিদেশ কলকাতাঃ সম্পূৰ্ণ গুলপীয়া হ’ল টাটা চেণ্টাৰ নিয়মীয়া বাৰ্তা Nov 21, 2019 কলকাতা ২১ নৱেম্বৰঃ ভাৰত আৰু বাংলাদেশ মাজত বুধবাৰে অনুষ্ঠিত হ'ব লগা ঐতিহাসিক দিবা-নৈশ টেষ্ট খনক স্মৰণীয় কৰিবলৈ টাটা চেন্টাৰক সম্পূৰ্ণৰূপে গুলপীয়া ৰঙৰে উপচাই পেলাইছে। মনকৰিবলগীয়া সাধাৰণতে টেষ্ট ক্ৰিকেট ৰঙা ৰঙৰ বলেৰে খেলা হয় কিন্তু এইবাৰ…
দেশ বিদেশ এটি এম হেক কৰাৰ অভিযোগত চাৰি বিদেশী নাগৰিক আটক নিয়মীয়া বাৰ্তা Nov 19, 2019 নিউজ ডেস্ক ১৯ নৱেম্বৰঃ এটিএম হেক কৰাৰ অপৰাধত পশ্চিম বংগৰ আৰক্ষীয়ে মঙলবাৰে দুজন তুৰ্কী আৰু দুজন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা বিদেশী নাগৰিক কেইজনৰ বিৰুদ্ধে আগৰতালা আৰক্ষীয়ে এটিএম হেক কৰাৰ অভিযোগত ইতিমধ্যেই ৰুজু কৰা হৈছে।…
দেশ বিদেশ কলকাতাত গ্ৰেপ্তাৰ অসমৰ ড্ৰাগছ সৰবৰাহকাৰীক নিয়মীয়া বাৰ্তা Nov 19, 2019 নিউজ ডেস্ক ১৯ নৱেম্বৰঃ সোমবাৰে নিশা কলকাতাৰ ৱেষ্ট পৰ্ট অঞ্চলত অসমৰ দুজন ড্ৰাগছ সৰবৰাহাকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰহাকাৰী দুজনৰ পৰা ১৩৩ কিঃগ্ৰাঃ ড্ৰাগছ উদ্ধাৰ কৰা হয়। ড্ৰাগছ সৰবৰহাকাৰী দুজনৰ বিৰুদ্ধে এন.ডি.পি.এচৰ ধাৰাৰ অধীনত…
ক্রীড়া-জগত ঐতিহাসিক দিবা-নৈশ টেষ্টলৈ সাজু কলকাতাৰ ইডেন গাৰ্ডেন নিয়মীয়া বাৰ্তা Nov 18, 2019 নিউজ ডেস্ক ১৮ নৱেম্বৰঃ ভাৰতৰ মাটিত হ'বলগীয়া প্ৰথম দিবা-নৈশ টেষ্টৰ সফল আয়োজনৰ বাবে সাজু হৈ উঠিছে ইডেন গাৰ্ডেন। বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীৰ গৃহচহৰত অনুষ্ঠিত হ'ব লগীয়া গুলপীয়া বলৰ ঐতিহাসিক মেচখনৰ বাবে ইডেনৰ উইকেট আটকধুনীয়াকৈ সজাই তুলিছে…
ক্রীড়া-জগত ভাৰতৰ প্ৰথম খন দিবা নৈশ টেষ্ট ক্ৰিকেটত উপস্থিত থাকিব অমিত শ্বাহ নিয়মীয়া বাৰ্তা Nov 14, 2019 নিউজ ডেস্ক ১৪ নৱেম্বৰঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কলকাতাত অনুষ্ঠিত হ'ব লগীয়া ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথম খন দিবা নৈশ টেষ্ট ক্ৰিকেট মেচত উপস্থিত থাকিব। গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপৰিও বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা আৰু…