ৰাজনৈতিক লাভালাভৰ বাবেহে ‘কা’ আনিছে বিজেপিয়ে
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ অংক কৰিছে৷– এই মন্তব্য প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ৷
বৃহস্পতিবাৰে মহানগৰীৰ অম্বৰীশ হোটেলত এখন সংবাদ মেল সম্বোধন কৰি মহন্তই কয় যে বাংলাদেশত…