গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ‘ছুপাৰ থার্টী’খ্যাত আনন্দ কুমাৰক
নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ‘ছুপাৰ থার্টী’ খ্যাত আনন্দ কুমাৰক বৃহস্পতিবাৰে সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ‘ছুপাৰ থার্টী’ সন্দর্ভত ৰুজু হোৱা এটা ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ অজয়…