নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

team india

কে এল ৰাহুলৰ শতকৰ স্বত্বেও হোৱাইট ৱাছৰ পৰা ৰক্ষা নপৰিল টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ আইচিচি বিশ্বকাপৰ পাছত বিজয় ৰথত উঠি থকা টীম ইণ্ডিয়াৰ বাট ভেটিলে নিউজিলেণ্ডে । টি-২০ শৃংখলাত নিউজিলেণ্ডক হোৱাইটৱাছ কৰাৰ পাছত এদিনীয়া শৃংখলাটোত আজি ঘৰুৱা দল নিউজিলেণ্ডৰ হাতত হোৱাইটৱাছ হ'ল টীম ইণ্ডিয়া । মাউণ্ট…

হেমিল্টনত আজি ভাৰত–নিউজিলেণ্ডৰ প্রথম এদিনীয়া

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ মাটিত টি–২০ শৃংখলাত দুর্দান্ত প্রদর্শনেৰে ঐতিহাসিক হোৱাইটৱাছ সম্পূর্ণ কৰাৰ পিছত এইবাৰ এদিনীয়া শৃংখলাৰ বাবে সাজু হৈছে টীম ইণ্ডিয়া৷ আজি হেমিল্টনত দলটোৱে খেলিছে শৃংখলাৰ প্রথমখন মেচ৷ তাৰকা অ’পেনাৰ…

পুনৰ ছুপাৰ অভাৰত পৰাস্ত নিউজিলেণ্ড; ৪-০ ৰে শৃংখলাত অগ্ৰগতি টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ তৃতীয় টি–২০ ত শ্বাসৰুদ্ধকৰ ছুপাৰ অভাৰত চমকপ্রদ জয়েৰে শৃংখলা জয়ৰ পিছত টীম ইণ্ডিয়াই পুনৰ আজি ছুপাৰ অভাৰত পৰাস্ত কৰে নিউজিলেণ্ডক । আজি ৱেলিংটনত অনুষ্ঠিত চতুৰ্থ টি-২০ ত জয়ৰ লগে লগে আত্মবিশ্বাসী টীম ইণ্ডিয়াই ৫ খন…

ছেডন পার্কত আজি তৃতীয় টি–২০; নিউজিলেণ্ডত ঐতিহাসিক শৃংখলা জয়ৰ লক্ষ্য টীম ইণ্ডিয়াৰ

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ অপ্রতিৰোধ্য ভাৰতে নিউজিলেণ্ডৰ মাটিত প্রথমটো টি–২০ শৃংখলা জয়ৰ লক্ষ্যৰে আজি ঘৰুৱা দলটোৰ বিৰুদ্ধে তৃতীয় টি–২০ মেচত নামিব৷ হেমিল্টনৰ ছেডন পার্কত অনুষ্ঠিত হ’বলগীয়া মেচখনত ভাৰতে ইতিহাস ৰচাৰ সুযোগ লাভ কৰিছে৷ কিয়নো…

গণৰাজ্য দিৱসত দেশবাসীক জয়ৰ উপহাৰ দিলে কোহলি বাহিনীয়ে; ২-০ ৰে অগ্ৰগতি টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ প্রথম টি–২০ ত দুর্দান্ত জয়েৰে আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজি পুনৰ নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন মেচত জয় লাভ কৰে । অকলেণ্ডৰ হাই স্ক’ৰিং ইডেন পার্কত অনুষ্ঠিত হোৱা এই মেচখনত ভাৰতে কে এল ৰাহুল আৰু…

বাংগালুৰুত আজি নির্ণায়ক এদিনীয়া; প্ৰৱল আত্মবিশ্বাসী টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ বিশ্ব ক্রিকেটৰ দুই শক্তিশালী দল ভাৰত আৰু অষ্ট্রেলিয়াই আজি তৃতীয় তথা নির্ণায়ক এদিনীয়াত শ্রেষ্ঠত্বৰ যুঁজত নামিব৷ বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই শুকুৰবাৰে নিশা দুর্দান্ত জয়েৰে শৃংখলালৈ প্রত্যাৱর্তন ঘটোৱাৰ…

বিমৰ্ষ মনেৰে উভতিল ভাৰত-শ্ৰীলংকাৰ খেলুৱৈ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ সোমবাৰে দুপৰীয়া গুৱাহাটী এৰিলে বিৰাট কোহলিৰ মেন ইন ব্লুজৰ লগতে লাচিথ মালিংগাৰ সিংহলী বাহিনীয়ে । প্ৰায় ১.৩০ বজাত ৰেডিছন ব্লু হোটেলৰ পৰা পৃথকে পৃথকে ওলাই যায় দুয়োটা দলৰ খেলুৱৈসকল । ইয়াৰ পিছতে বৰঝাৰ বিমান বন্দৰত…

মোবাইল ফোনেৰে তৈয়াৰী নিজৰ প্ৰতিকৃতি দেখি অভিভূত বিৰাট, ৰাহুলক দিলে অটোগ্ৰাফ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ শ্রীলংকাৰ বিপক্ষে তিনিখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ প্রথমখন টি-২০ আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব । এই মেচৰ পূৰ্বে অসমৰ যুৱক ৰাহুল পাৰেকে পুৰণা মোবাইলেৰে অধিনায়ক কোহলিৰ এক প্ৰতিকৃতি নিৰ্মাণ কৰি উপহাৰ দিয়ে । ইপিনে…

বতৰে বিধি-পথালি দিব নেকি আজি বৰ্ষাপাৰাত !

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ বৰ্ষাপাৰাত অনিশ্চয়তাৰ কলিয়া ডাৱৰ । বিশেষকৈ আজি পুৱাৰ এজাক কিনকিনীয়া বৰষুণে গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যক তিয়াই যোৱাৰ সমান্তৰালকৈ সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ খেলখনক লৈও এতিয়া বৰষুণৰ…

গুৱাহাটীত উপস্থিত হ’লহি টীম ইণ্ডিয়াৰ খেলুৱৈসকল

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ গুৱাহাটীত উপস্থিত হ'লহি টীম ইণ্ডিয়াৰ খেলুৱৈসকল । পৃথক পৃথক বিমানেৰে গুৱাহাটীত উপস্থিত হ’লহি বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াৰ তাৰকাসকল ৷ ইপিনে টীম ইণ্ডিয়াই বৰ্তমান ৫ বজাৰ পৰা ৭ বজালৈ অনুশীলন চলাব। অৱশ্যে…