নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাড়ীচোৰ হত্যাকাৰী মাইনুল হুছেইনক যাৱজীৱন কাৰাদণ্ড

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ ২০১৪ চনত অভিমন্যু বিশ্বাস নামৰ এজন গাড়ীচালকক নৃশংসভাৱে হত্যা কৰি গাড়ী চুৰি কৰি নিয়া দুৰ্ধৰ্ষ গাড়ী চোৰ মাইনুল হুচেইনক আজি মৰিগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে হত্যা যাৱজীৱন কাৰাদণ্ডৰ ৰায়দান দিয়ে। ২০/৭/২০১৪ তাৰিখে নগাঁও জিলাৰ আকাশীগংগালৈ যাবলৈ বুলি এখন এল্ট বাহন ভাৰাত নি অভিযুক্ত মাইনুলে আন দুজনৰে মিলি হত্যা কৰিছিল অভিমন্যু বিশ্বাস নামৰ গাড়ী চালকজনক । উল্লেখ্য যে ৮ বছৰৰ পিছত সোমবাৰে মৰিগাঁও সত্ৰ ন্যায়াধীশ আদালতে মুল অভিযুক্ত মাইনুল হুছেইন ক IPC ধাৰা 302/201/379/307/323 ত যাৱজীৱন কাৰাদণ্ড বিহে৷আনহাতে ৰুফুল আমিন আৰু বাহাৰুল ইছলাম ৰ অপৰাধ প্ৰমাণিত হৈ।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like