নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: শৰীৰ মোটামুটি ভালেই যাব৷ বিদ্যাক্ষেত্রত শুভ ফল পাব পাৰে, কিন্তু কর্মক্ষেত্রত সৰু–সুৰা বাধা আহিব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৯৷
বৃষ: ঘৰুৱা কোনো কাৰণত মানসিক ক্লেশ থাকিব৷ বিদ্যাত পাৰিপার্শ্বিক বাধা থাকিব পাৰে৷ কর্মক্ষেত্রত মজলীয়া ফল পাব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং আকাশীনীলা, শুভ সংখ্যা ৭৷
মিথুন:  ব্যৱহাৰিকত আপোনাৰ ধৈর্য অটুট থাকিব৷ সন্তানৰ বাবে মধ্যম দিন৷ উদ্যোগী ব্যক্তিৰ আনন্দ লাভ৷ প্রেমত বাধা৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷
কর্কট: ঘৰুৱা পৰিৱেশ প্রায় অনুকূল৷ বিদ্যাত খুব বেয়া নহ’ব৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ৷ কর্মত নতুন সুযোগ পাব৷ চাকৰিত মধ্যম উন্নতি৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫৷
সিংহ: ব্যৱসায়ত মধ্যম উন্নতি৷ বিদ্যাত খুব বেয়া নহ’ব৷ শাৰীৰিক অশান্তি সামান্য থাকিব৷ প্রেম–প্রীতিত বেছি আৱেগিক নহ’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
কন্যা: কর্মক্ষেত্রত সহকর্মীৰ সহায় পাব৷ দাম্পত্যত ভালেই দেখা যায়৷ আর্থিকত আয়ৰ তুলনাত ব্যয় বেছি হ’ব৷ বিদ্যাত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
তুলা: আর্থিক দিশত আয়–ব্যয় প্রায় সমান৷ বিদ্যাত যত্ন লোৱাৰ দৰকাৰ৷ উদ্বিগ্ণতাই দেহৰ অশান্তি আনিব পাৰে৷ প্রেমত বন্ধুৰ সহায় পাব৷ দূৰ ভ্রমণ নকৰিব৷ নতুন সংবাদত আনন্দ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
বৃশ্চিক:  ব্যৱসায়িক যিকোনো চুক্তি সম্পাদনৰ ক্ষেত্রত অনুকূল৷ মাতৃৰ শৰীৰ মধ্যম৷ আর্থিকত মধ্যম৷ পঢ়া–শুনাত অৱজ্ঞা নকৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷
ধনু: আর্থিকত খৰচ বৃদ্ধি পাব৷ বিদ্যাত যত্ন লোৱাৰ আৱশ্যক৷ ব্যৱসায়ত কোনো আৱেগক স্থান নিদিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪৷
মকৰ: কর্মতৎপৰতা থাকিব৷ ভাবি–গুণী আগবাঢ়ক, শুভ হ’ব৷ আর্থিক অগ্রগতিত বাধা নাপাব৷ শৰীৰ মধ্যম৷ বিবাহৰ কথাত আগবাঢ়িব পাৰে৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৭৷
কুম্ভ: আর্থিক উন্নতিৰ যোগ সামান্য৷ ব্যৱসায়ত আয় বৃদ্ধিত বাধাপ্রাপ্ত হ’ব পাৰে৷ মাতৃৰ ভালেই৷ সন্তানৰ বাবে সামান্য দুশ্চিন্তা থাকিব৷ শুভ ৰং মটিয়া, শুভ সংখ্যা ৯৷
মীন: বিদ্যাত শুভ৷ অতিপাত পৰিশ্রম নকৰিব৷ ঘৰুৱাত খুব বেয়া নহ’ব৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ প্রেম–প্রণয়ত বেয়া নহ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷

You might also like