নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘাতৰ বাবে এদিনীয়া আৰু টেষ্ট দলৰ পৰা বাহিৰ ৰোহিত শৰ্মা

নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ৰোহিত শৰ্মা নিউজিলেণ্ডৰ বিৰোধে ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব লগীয়া এদিনীয়া আৰু টেষ্ট শৃংখলাৰ পৰা আঘাতৰ বাবে বাহিৰ হৈছে। ৰোহিত শৰ্মাই দেওবাৰে অনুষ্ঠিত হৈ যোৱা টি-২০ টুৱেণ্টি মেচত আঘাত পাইছিল। শৰ্মাই দ্বিতীয় ইংনিছত ফিল্ডিং কৰাৰ পৰা বিৰত আছিল। উল্লেখ্য যে ইয়াৰ আগতে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই আঘাতৰ পৰা ভাৰতীয় দলৰ পৰা বাহিৰ হৈছে।

You might also like